আঞ্চলিক সংবাদ

August 24, 2024 6:51 PM August 24, 2024 6:51 PM

views 18

চৰকাৰে ভাৰতক শীৰ্ষ ১০খন সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত স্থান দিবলৈ চেষ্টা কৰি আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে তেওঁৰ মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা, সুৰক্ষা, কল্যাণ আৰু উন্নয়ন শক্তিশাৰী কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । কালি এম টি আইত জ্যেষ্ঠ বিষয়া আৰু যুৱ কেডেটসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই দিশত চৰকাৰে লোৱা ব্যৱস্থাত আলোকপাত কৰে...

August 24, 2024 12:22 PM August 24, 2024 12:22 PM

views 16

শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ পৰিবহণ সমিতিৰ বৈঠক

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ অধ্যক্ষতাত জিলা পথ পৰিবহণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই পূৰ্বৰ ডি.আৰ.এছ.চি বৈঠকত লোৱা সিদ্ধান্তসমূহৰ প্ৰতিবেদন দিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে দ'লাবাৰী পইণ্ট এলেকাত ট্রাকৱে', বাছ আস্থানসমূহৰ উন্ন...

August 24, 2024 12:17 PM August 24, 2024 12:17 PM

views 16

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী হর্ষ মালহোত্রাৰ দৰং জিলা ভ্ৰমণ

প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু প্ৰতি ৩ মাহৰ মূৰে মূৰে তেওঁৰ মন্ত্ৰীসভাৰ একোজন মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলৰ জিলা বিশেষকৈ পিছপৰা জিলাসমূহ ভ্ৰমণ কৰি উন্নয়নমূল কাম-কাজৰ অগ্ৰগতিৰ বুজি ল'বলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰ...

August 24, 2024 12:13 PM August 24, 2024 12:13 PM

views 9

ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অহা ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কৰিমগঞ্জৰ জিলা পুথিভবালত অনুষ্ঠিত হোৱা দলীয় কাৰ্যনিৰ্বাহক সন্মিলনত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাৰ লগতে বিষয়ববীয়াসকলক...

August 24, 2024 12:04 PM August 24, 2024 12:04 PM

views 9

ধিঙত ছাত্রীক ধৰ্ষণৰ ঘটনাৰে জড়িত এজন অভিযুক্তৰ মৃত্যু

নগাঁও জিলাৰ ধিঙৰ এগৰাকী ছাত্রীক ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তৰ আজি পুৱতি নিশা মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নিৰ্যাতন হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তজনক নিয়া অৱস্থাত পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দিয়াত তফজ্জুল ইছলাম নামৰ অভিযুক্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, নগা...

August 23, 2024 8:05 PM August 23, 2024 8:05 PM

views 13

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জ জিলা পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে জিলা পুথিভড়ালত আয়োজিত এখন কার্যনির্বাহক সন্মিলনত অংশগ্ৰহণ কৰি বিগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ সফলতাৰ বাবে সকলো স্তৰৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। কৰিমগঞ্জ ভ্ৰমণৰ সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰ...

August 23, 2024 6:53 PM August 23, 2024 6:53 PM

views 14

নেলীত জগন্নাথ ৰাজহুৱা ভৱন, দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই মৰিগাওঁ জিলাৰ জাগীৰোডৰ নেলী গাওঁ পঞ্চায়তত গোপালকৃষ্ণ চাহ বাগিছাত আজি জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ...

August 23, 2024 7:21 PM August 23, 2024 7:21 PM

views 9

ধিঙত ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িতৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱ জিলাৰ ধিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত আন দুজনৰ খবৰ পোৱা গ...

August 23, 2024 1:06 PM August 23, 2024 1:06 PM

views 12

প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত সজাগতা সভা

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, যোৰহাটৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰুফটপ সৌৰ শক্তি স্থাপনৰ সৰহভাগ...

August 23, 2024 1:02 PM August 23, 2024 1:02 PM

views 10

ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পৰ্যায়ক্রমে গ্ৰন্থমেলাৰ আয়োজনৰ সিদ্ধান্ত

অসম প্ৰকাশন পৰিষদে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়নৰ বাবে উৎসাহিত কৰিবলৈ ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত পৰ্যায়ক্রমে গ্ৰন্থমেলাৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলৰ...