November 20, 2025 12:11 PM November 20, 2025 12:11 PM
12
নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ দেশৰ ভিতৰতে প্রথম স্থান লাভ
নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত তথ্য অনুসৰি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্টীয় গড় ৪৪ দশমিক ৯-৬ৰ বিপৰীতে অসমে ৭২ দশমিক ০-৩ স্ক'ৰ লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি এই তথ্যই প্রশাসনিক ...