August 27, 2024 7:06 PM August 27, 2024 7:06 PM
16
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৰ অধীনত অধ্যাদেশখন দাখিল কৰে।