আঞ্চলিক সংবাদ

August 30, 2024 7:47 PM August 30, 2024 7:47 PM

views 15

যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্র, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।...

August 30, 2024 7:40 PM August 30, 2024 7:40 PM

views 13

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্প'ৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডº আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বি জে ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰীসকল উপস্থিত থাক...

August 30, 2024 7:06 PM August 30, 2024 7:06 PM

views 10

চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন ডº এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ডº এল মুৰুগানে আজি চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ শিশুসকলৰ মাতৃসকলৰ সৈতে বাৰ্তালাপ কৰে। ডº মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কাজলগাঁ...

August 30, 2024 7:03 PM August 30, 2024 7:03 PM

views 7

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপৰ আয়োজন

মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আজি জিলাখনৰ নৱম শ্ৰেণীত পঢ়ি থকা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন ...

August 29, 2024 9:23 PM August 29, 2024 9:23 PM

views 12

অসম বিধানসভাত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক-২০২৪ গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক-২০২৪ গৃহীত কৰা হয়। মন্ত্ৰী যোগেন মহনৰ দ্বাৰা উত্থাপিত বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। এই বিধেয়কৰ অধীনত বাল্যবিবাহ অপৰাধ হিচাপে গণ্য কৰা হ'ব। ইয়াৰ লগতে এই বিধেয়কৰ জৰিয়তে কাজিয়ে ইছলামধৰ্...

August 29, 2024 9:22 PM August 29, 2024 9:22 PM

views 13

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুর্থ দিনা ১০খন বিধেয়ক গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে ২৫০ বছৰ পুৰণি ঐতিহাসিক স্থান আৰু সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধত মাটি বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্রযোজ্য হ'ব। অৱশ্যে গৃহীত হোৱা বিধেয়কৰ পৰা মাজুলী জিলা প্ৰত্যাহাৰ কৰা হৈছে। উল্লে...

August 29, 2024 9:19 PM August 29, 2024 9:19 PM

views 9

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছেঃ ড০ এল মুৰুগন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগনে আজি গুৱাহাটীত প্ৰকাশ কৰে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয...

August 29, 2024 9:18 PM August 29, 2024 9:18 PM

views 13

ডিব্ৰুগড় জিলাত ১ৰ পৰা ১০ ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন ৰূপায়ণৰ প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো ১ৰ পৰা ১০ ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন সফলতাৰে ৰূপায়ণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আজি জিলাখনৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ বিভিন্ন সমবায় সমিতি পৰিদৰ্শন কৰে। দলটোৱে অহা ৩১ আগষ্টৰ ভিতৰত জিলাখনৰ এহেজাৰ ৫৮৬ গৰাকী সুলভ মুল্যৰ এজেণ্টৰ ...

August 29, 2024 9:17 PM August 29, 2024 9:17 PM

views 13

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদকসহ ৮জন লোক আটক

অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক এই সংক্ৰান্তত আটক কৰিছে। আজি নলবাৰী জিলাৰ চামতাত বেলশৰ আৰক্ষীয়ে অভিযান চলাই মাদক দ্রব্য জব্দ কৰাৰ লগতে পাঁচজন যুৱকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত লোককেইজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য ...

August 29, 2024 9:16 PM August 29, 2024 9:16 PM

views 11

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকৰ বৈঠক

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। মহকুমাটোত আইন-শৃংখলা আৰু শান্তি বৰ্তাই ৰখাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্তই সমাজত শান্তি আৰু আইন-শৃংখলা বৰ্তাই ৰখা...