December 11, 2025 12:30 PM
17
আজিৰে পৰা ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ অনুষ্ঠিত
সমাগত বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কার্যালয় চৌহদত অৱস্থিত ই ভি এম গুডামঘৰত অহা ২৩ ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ'ব। এই পৰীক্ষণ কার্য কামৰূপ জিলাৰ ন...