আঞ্চলিক সংবাদ

September 28, 2024 11:15 AM

views 23

আজি বিশ্ব জলাতংক ৰোগ দিৱস

আজি বিশ্ব জলাতংক ৰোগ দিৱস। মাৰাত্মক ৰোগবিধ প্ৰতিবোধ তথা ২০৩০ চনৰ ভিতৰত নিৰ্মূল কৰিবলৈ সকলোকে এই ক্ষেত্ৰত সজাগ হ'বলৈ ৰাষ্ট্ৰ স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। লগতে জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে ঘাডোখৰ পৰিষ্কাৰ কৰি ধোৱা, এণ্টিচেণ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংকৰ প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে ...

September 28, 2024 11:12 AM

views 18

স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন কার্যসূচী ৰূপায়ণ

যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমেও বিভিন্ন কার্যসূচী ৰূপায়ণ কৰা বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে। তেওঁ লগতে জনায় যে ১৭ ছেপ্তেম্বৰত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংঘলৰ উপস্থিতিত গীতামন্দিৰত গছপুল...

September 28, 2024 11:08 AM

views 29

ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্রস্তুতি সম্পূৰ্ণ

কাইলৈ অনুষ্ঠিত হ'বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্রস্তুতি সন্দৰ্ভত যোৰহাটৰ আৱৰ্ত ভৱনত কালি এলানি বৈঠক অনুষ্ঠিত হয়। ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি বাজ্যজুৰি অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত অসমৰ মুখ্য সচিবে সমাগত পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে সমগ্...

September 27, 2024 7:35 PM

views 13

গুৱাহাটীৰ জনতা ভৱনত মন্ত্রী অশোক সিংহালৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসম্পদ মন্ত্রী অশোক সিংহালে আজি তেওঁৰ অধীনৰ বিভাগত ৰূপায়ণ হৈ থকা কেইবাটাও প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। গুৱাহাটী জনতা ভৱনত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী জলবোর্ড, প্রধানমন্ত্রী আবাস যোজনা-নগৰাঞ্চল আৰু গৃহ তথা নগৰ পৰিক্ৰমা বিভাগৰ উমৈহতীয়া প...

September 27, 2024 7:30 PM

views 17

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰতক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্...

September 27, 2024 7:16 PM

views 10

কাইলৈৰ দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যিক পঞ্চায়তি ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক সুৰজিৎ বৰগোঁহাই আৰু নলবাৰী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী ...

September 27, 2024 7:11 PM

views 11

আজি বিশ্ব পৰ্যটন দিৱস, শিল্প শিতানত অসমৰ শুৱালকুছি শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ

আজি বিশ্ব পৰ্যটন দিৱস। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত আজি সেই অনুসৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰ্যটন মন্ত্ৰ্যালয়ে গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা ২০২৪ত অসমৰ শুৱালকুছিয়ে শিল্প শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে। ...

September 27, 2024 6:42 PM

views 14

মানসত ৰাজ্যৰ পৰ্যটন বিভাগৰ বিশ্ব পৰ্যটন দিৱস উদযাপন

ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পর্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰিছে। বিশ্ব পৰ্যটন দিৱসৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশ দ্বাৰ মুকলি কৰে। তেওঁ বি টি আৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰী...

September 27, 2024 6:37 PM

views 22

যোৰহাট-মজুলী সেঁতুৰ কাম বন্ধ হোৱাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ উদ্বেগ প্রকাশ

নির্মিয়মান যোৰহাট-মজুলী সেঁতুৰ কাম যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ থকা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উদ্বেগ প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে আজি পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীলৈ পত্ৰ লিখি সেঁতুখনৰ কাম পুনৰ আৰম্ভ কৰিবলৈ এখন পত্র লিখি তেওঁৰ হস্তক্ষেপ কামনাৰে এই ...

September 27, 2024 1:28 PM

views 26

ৰাজ্যৰ পৰ্যটন বিভাগ, বড়োলেণ্ড পৰ্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন

ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পৰ্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছে। বিশ্ব পৰ্যটন দিৱসৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশদ্বাৰ মুকলি কৰে। তেওঁ বি টি আৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।