আঞ্চলিক সংবাদ

September 6, 2024 1:25 PM September 6, 2024 1:25 PM

views 10

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষদৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ৰ এ গ্রেড লাভ

ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষদৰ মূল্যায়নত এ গ্রেড লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় হিচাপে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাৰ্পণ পৰিষৰ দ্বাৰা প্ৰথম চক্ৰৰ মূল্যায়নতে এ গ্রেড পোৱা কটন বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষান...

September 6, 2024 1:22 PM September 6, 2024 1:22 PM

views 8

অহা পহিলা অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

পৰ্যটকৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক তথা মুখ্য বন সংৰক্ষণক ড° চি ৰমেশে এই কথা প্রকাশ কৰিছে। উল্লেখযোগ্য যে বাৰিষাৰ বাবে চলিত বৰ্ষৰ যোৱা ৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছি...

September 6, 2024 1:21 PM September 6, 2024 1:21 PM

views 10

অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদৰ বাবে মনোনয়ন পত্র দাখিল সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। সম্প্ৰতি সংস্থাটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সোণোৱালে কালি গুৱাহাটীৰ আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পত থকা অসম অলিম্পিক সন্থাৰ নিৰ্বাচনী কাৰ্যালয়ত এই পদৰ একমাত্র প...

September 6, 2024 1:14 PM September 6, 2024 1:14 PM

views 14

ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডº ভূপেন হাজৰিকাৰ সেঁতুত সৌৰচালিত আলোক প্রণালী প্রকল্প উদ্বোধন কৰে। ৫৫ কোটি ৮৪ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সৌৰশক্তি উৎপাদনৰ বাবে উৎপাদন কেন্দ্ৰত এহেজাৰতকৈও অধিক সৌৰ শক্তি পেনেল ...

September 6, 2024 1:13 PM September 6, 2024 1:13 PM

views 6

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা শিক্ষক পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি আৰম্ভ কৰিব। সেই অনুসৰি পদসমূহৰ বিপৰীতে সাংস্কৃতিক, ক্রীড়া, এন চি চিৰ দৰে পাঠ্যক্ৰম বহিৰ্ভূত কার্যকলাপৰে জড়িত থকাৰ প্ৰমাণ-পত্ৰৰে শিক্ষক পদৰ বাবে আবেদন কৰ...

September 6, 2024 12:57 PM September 6, 2024 12:57 PM

views 13

দুদিনীয়া ভ্রমণসূচীৰে আজি নাগালেণ্ডলৈ ৰামদাস আঠাৱাল

সামাজিক ন্যায় আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱালে আজি দুদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ৰাজ্যখনত উপস্থিত হোৱাৰ পাছত চোবিমা চুমৌকেদিমাত থকা ব্যক্তিগত বাসগৃহত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক সৌজন্যমূলক সাক্ষাৎ কৰিব। ইয়াৰ পাছত শ্রীআঠাৱালেই বিয়লি চাৰি ম...

September 5, 2024 9:08 PM September 5, 2024 9:08 PM

views 10

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক সভা অনুষ্ঠিত

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰত অনাগত ৰাষ্ট্ৰীয় লোক আদালতৰ প্ৰাক প্রস্তুতিমূলক এখন সভা অনুষ্ঠিত হয়। সভাত লোক আদালতৰ জৰিয়তে নিষ্পত্তি হোৱা নোহোৱা গোচৰসমূহৰ ক্ষেত্ৰত বাদী-বিবাদীসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে অহা ১৪ ছেপ্তেম্বৰত জিলাখনত ৰাষ্ট্ৰীয...

September 5, 2024 9:07 PM September 5, 2024 9:07 PM

views 8

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জেলিহালৰ উপস্থিতিত বিয়লি চাৰে ৩ বজাৰ পৰা চুক্তি স্বাক্ষৰ অনুষ্ঠানট...

September 5, 2024 9:05 PM September 5, 2024 9:05 PM

views 18

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ...

September 5, 2024 9:02 PM September 5, 2024 9:02 PM

views 9

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোল...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।