আঞ্চলিক সংবাদ

December 11, 2025 7:57 PM

views 15

ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫ জন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত কালি বিয়লি সন্ধানহীন হোৱা ৫ জন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে আজি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাট, উমানন্দ, ফাঁচী বজাৰ আৰু শুৱালকুছি পর্যন্ত লোককেইজনৰ সন্ধানত অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সমৰ...

December 11, 2025 7:55 PM

views 14

নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

মৰিগাঁও পকছ' আদালতে আজি নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এনাৰুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে এগৰাকী নাবালিকাক নিৰ্যাতনৰ অভিযোগত মৈৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আদালতত তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা দা...

December 11, 2025 7:53 PM

views 16

ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

সমাগত বিধানসভা নির্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুছি কলনিস্থিত গুদামঘৰত পুৱা ৯ বজাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। বৰপেটা জিলা নির্বাচনী বিষয়াই প্রকাশ কৰা মতে পঞ্জীয়নভুক্ত ৰাজনৈতিক ...

December 11, 2025 7:48 PM

views 19

ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ত শুভাৰম্ভ কৰা হয়। এবছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুসকলক পেলুমুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ পালন কৰা হয়। সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্রকাশে মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অ...

December 11, 2025 7:46 PM

views 16

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্রোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই...

December 11, 2025 7:44 PM

views 14

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে ইম্ফলত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে আজি ইম্ফলত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্য সচিব ড০ পুনিত কুমাৰ গোৱেলকে ধৰি কেইবাগৰাকী শীর্ষ বিষয়াই আদৰণি জনায়। শ্রীমতী মুর্মু বিমান বন্দৰৰ পৰা পোনে পোনে ইম্ফলৰ ৰাজভৱনলৈ যায়। ইয়াৰ প...

December 11, 2025 7:37 PM

views 25

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিৰ কাইলৈ আদালতত অভিযোগনামা দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত এছ আই টি বা আৰক্...

December 11, 2025 7:28 PM

views 11

ৰাজ্যত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগ...

December 11, 2025 12:37 PM

views 8

ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত ৮ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষে এই আবাসগৃহটো নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে কৰ্মৰত মহিলাসকলক সুৰক্ষিত আৰু কৰ্ম উপযোগী পৰিৱে...

December 11, 2025 12:34 PM

views 13

ডিব্ৰুগড়ত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিছে। এই আঁচনিৰ দ্বাৰা ৩ লাখ ১০ হাজাৰৰো অধিক শিক্ষার্থী লাভান্বিত হ'ব। অনুষ্ঠান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।