আঞ্চলিক সংবাদ

October 3, 2024 12:31 PM

views 14

শ্বাৰজাহত আজি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ, কাইলৈ ভাৰতৰ প্ৰথম খেল

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শ্বাৰজাহত আজি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ হ'ব। উদ্বোধনী খেলখনত বাংলাদেশ নৱাগত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। এই মাহৰ ২০ তাৰিখলৈ চলিবলগীয়া প্রতিযোগিতাত মুঠ দহটা দলে অংশগ্রহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ ...

October 3, 2024 12:30 PM

views 13

গুৱাহাটীত ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

গুৱাহাটীত অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম মল্লযুঁজ সন্থাৰ কালি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কাৰ্যালয়ত অনুষ্ঠিত কার্যনির্বাহক সভাত এই বিষয়ে প্রকাশ কৰে। এই সভাতে অসমৰ খেলুৱৈসকলৰ উন্নত প্রশিক্ষণ তথা উদীয়মান মল্লযুঁজাৰুসকলৰ ক্ৰীড়া প্রতিভা...

October 2, 2024 8:20 PM

views 13

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰ জিলা দিৱস উদযাপন

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি লখিমপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি লখিমপুৰ নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে একাধিকবাৰ মানচিত্ৰ সলনি হোৱা লখিমপুৰ জিলাখন ১৯৭১ চনৰ ২ অক্টোবৰত পুনৰ গঠন কৰা হৈছিল। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাকে ধৰি জিলাৰ আয়ুক্ত তথা জ্যেষ...

October 2, 2024 8:19 PM

views 12

যোৰহাটৰ বৰ্ষাৰণ্য প্রতিষ্ঠানৰ স্বচ্ছতাই সেৱা অভিযানৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য প্রতিষ্ঠানে দুসপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰা স্বচ্ছতাই সেৱা অভিযানৰ আজি সামৰণি পৰে। প্ৰতিষ্ঠানটোৰ সঞ্চালক ডº নীতিন কুলকানীয়ে আজি জাতিৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অনাময় ব্যৱস্থাই লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ ...

October 2, 2024 8:17 PM

views 13

ৰাজ্যৰ ৮ বিধ সামগ্ৰীৰ কেন্দ্ৰীয় চৰকাৰৰ জি আই টেগৰ স্বীকৃতি লাভ

ৰাজ্যৰ ৮ বিধ সামগ্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ আৰ'নাই আৰু পৰম্পৰাগত পানীয় জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, জৌ গিচি, শুকান মাছৰ পৰা প্ৰস্তুত কৰা জনগোষ্ঠীয় খাদ্য বড়ো নাফামা আৰু বড়োসকলৰ পৰম্পৰাগত খাদ্য অগুলা বড়ো গৌখা আৰু বড়ো নাৰ্জিলৈ ভাৰত চৰকাৰৰ...

October 2, 2024 8:15 PM

views 20

ড° ক্লাউডিয়া শ্বেইনবাউন পাৰ্ডাৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মেক্সিকোৰ নৱ-নির্বাচিত ৰাষ্ট্ৰপতি ড° ক্লাউডিয়া শ্বেইনবাউন পাৰ্ডাৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক দেশৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে মেক্সিকোত বিগত ২০০ বছৰৰ ভ...

October 2, 2024 8:14 PM

views 18

আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাº নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কর্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বা...

October 2, 2024 8:12 PM

views 23

গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত স্বচ্ছতা ক্ষেত্ৰৰ উদ্বোধন

নগৰীয়া গোটা আৰু জুলীয়া আৱৰ্জনা নিষ্কাষণৰ বাবে গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত স্বচ্ছতা ক্ষেত্ৰৰ আজি উদ্বোধন কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এই ৩৫ কোটি টকা ব্যয় সাপেক্ষ প্রকল্পটো উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত নিগমৰ উপ- মেয়ৰ তথা নিগমৰ আয়ুক্তই অংশগ্ৰহণ কৰে। এই স্বচ্ছতা ক্ষেত্ৰই...

October 2, 2024 7:24 PM

views 25

আজিৰে পৰা ধৰালৈ দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি আৰম্ভ

আজি মহালয়া। আজিৰ দিনটোতে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈৰপৰা নৱৰাত্ৰি পালন কৰা হ'ব। আজিৰ দিনটোতে দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস প্রচলিত আছে। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। আজি মহালয়াৰ দিনা পুৱাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পূৰ্...

October 2, 2024 7:41 PM

views 17

দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ'বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ ভার্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত সংকুচিত জৈৱ গেছ প্রকল্প স্থাপনৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।