আঞ্চলিক সংবাদ

October 4, 2024 7:33 PM

views 31

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বে-দখলকাৰীৰ কবলত পৰা প্ৰায় ২২ হাজাৰ বিঘা ভূমি উচ্ছেদ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বে-দখলকাৰীৰ কবলত পৰা প্ৰায় ২২ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰিছে বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা বুলি প্ৰকাশ কৰাৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এতিয়া কাজিৰঙা আৰু বুঢ়া চা...

October 4, 2024 7:18 PM

views 13

যোৰহাট জিলা তাৰকাগৃহত হোৱা অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ অংশগ্ৰহণ

সেৱা পষেকৰ লগত সংগতি ৰাখি যোৰহাট জিলা তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষণ দিয়ে। এই সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাৰ লগতে ...

October 4, 2024 6:57 PM

views 16

আজি আৰু কাইলৈ ৰাজ্যৰ ২১খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে। এই প্রশাসনিক সংস্কাৰমূলক ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা সাধাৰণ নাগৰিকে ভূমি ৰাজহ দণ্ডাধীকাৰ, উন্নয়ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী আদি ব...

October 4, 2024 6:49 PM

views 21

মাজুলীত জলাতংক প্রতিষেধক প্রদান

বিশ্ব জলাতংক প্ৰতিৰোধী সপ্তাহ উপলক্ষে আজি মাজুলীত জিলা স্বাস্থ্য বিভাগ আৰু পশুপালন তথা পশু চিকিৎ‍সা বিভাগৰ সৌজন্যত জলাতংক প্রতিষেধক প্রদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা পশু চিকিৎসা বিষয়াগৰাকীয়ে জলাতংক ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে ব্যক্তব্য ৰখাৰ লগতে সমল ব্যক্তি বৰ্ষা বৰুৱা ৰয়ে এই ৰোগ প্ৰতিৰোধ সম্পৰ...

October 4, 2024 2:15 PM

views 16

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপু...

October 4, 2024 11:35 AM

views 16

নিযুত ম‍ইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত যোৰহাটৰ আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

যোৰহাট জিলাৰ নিযুত ম‍ইনা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ডি ডি বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰৰ পৰা প্ৰায় ৫৮খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ৬ টা ভিন্ন স্থানত ডি ডি বিতৰণ কৰা হ'ব। জিলা আয়ুক্তৰ পৌৰোহি...

October 4, 2024 11:29 AM

views 37

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম: মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেও...

October 4, 2024 11:17 AM

views 23

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বন্যপ্রাণী সপ্তাহ ২০২৪ৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান

■ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বন্যপ্রাণী সপ্তাহ ২০২৪ উদযাপনৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ বিজ্ঞানী, বিষয়া আৰু অন্যান্য সহায়ক-কৰ্মচাৰীসকলে কালি পুৱা পক্ষী নিৰীক্ষণ কৰে। তেওঁলোকে প্রতিষ্ঠানটোৰ চৌহদত প্রায় ২৯টা বি...

October 4, 2024 11:14 AM

views 35

ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ জন অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। জিলাখনৰ ভাৰত-ভূটান এলেকাৰ দশিনগাঁৱৰ এজন নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰাৰ অপৰাধত দুগৰাকী মহিলাসহ মুঠ ছজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

October 4, 2024 11:10 AM

views 26

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়াৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা

■ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে তিনিচুকীয়া জিলা প্রশাসন তৎপৰ হৈ পৰিছে। এই ক্ষেত্ৰত যিসকল পৰিয়ালৰ বছৰি আয় ৪ লাখতকৈ কম আৰু কোনো চৰকাৰী ঠিকাভিত্তিক বা নিয়মীয়া চাকৰিয়াল নহয় অথবা পঞ্চায়ত আৰু পৌৰসভাৰ সদস্য নহয় তেওঁলোকে ৰেচন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।