আঞ্চলিক সংবাদ

October 7, 2024 11:29 AM

views 28

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। কালি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হয়। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক...

October 7, 2024 11:25 AM

views 24

১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত...

October 6, 2024 7:59 PM

views 24

নিযুত ম‍ইনা আঁচনি বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ পদক্ষেপঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত আজিৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত ম‍ইনা আঁচনিৰ শুভাৰম্ভ কৰে। ভাষণ প্রসঙ্গত মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে মধ্যবিত্তৰ উন্নয়নৰ বাবে কাম কৰি...

October 6, 2024 7:51 PM

views 19

শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে কাইলৈ পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্রেক্ষাগৃহত শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হি...

October 6, 2024 12:10 PM

views 27

অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাই ভাষাটোৰ প্ৰচাৰ, সংৰক্ষণ আৰু গৱেষণাৰ পথ মুকলি কৰিব বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ মন্তব্য

 বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২০১৯ চনত শিক্ষা মন্ত্ৰী হৈ থাকোতেই অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাৰ বাবে প্ৰচেষ্টা চলাইছিল। অসম প্ৰকাশন পৰিষদৰ সৈতে বৈঠকত মিলিত হৈ তদানীন্তন শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই সেই সময়তে বিষয়টো সন্দৰ্ভত চৰকাৰৰ সদিচ্ছা প্রকাশ কৰিছিল। কালি আকাশবাণী গুৱাহাটীৰ দৃষ...

October 6, 2024 12:02 PM

views 28

শাৰদীয় দুর্গা পূজালৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। অৱশ্যে বিগত ২-৩ দিন ধৰি হৈ থকা বৰষুণৰ ফলত পূজাৰ মণ্ডপসমূহৰ প্ৰস্তুতিত কিছু সমস্যাই দেখা দিছে। প্ৰতিকুল বতৰকো নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে পূজাৰ বাবে বজাৰ সমাৰকে ধৰি অন্যান্য প্রস্তুতি চলাই আছে। ইপিনে...

October 6, 2024 11:59 AM

views 15

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহু অঞ্চল পুনৰ বানৰ কবলত

ৰাজ্যত শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বহু অঞ্চল পুনৰ বানৰ কবলত পৰিছে। ধেমাজি, ধুবুৰী, মানকাচৰ, গোৱালপাৰা আদিত শেহতীয়াকৈ বানে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। ধেমাজি জিলাৰ পৰিস্থিতি অধিক জটিল হোৱাৰ বাবে প্ৰশাসনে জোনাইত এটা আশ্রয় শিবিৰ মুকলি কৰিছে। এই শিবিৰত সম্প্ৰতি ১২৯ গৰাকী লোকে আশ্ৰয় লৈ আছে। ...

October 6, 2024 11:55 AM

views 23

ৰাজ্যিক অসামৰিক বঁটা ২০২৪ৰ বাবে ৰাজ্য চৰকাৰৰ মনোনয়ন আহ্বান

ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা ২০২৪ৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই বঁটাৰ বাবে কোনো ব্যক্তিয়ে নিজৰ নাম অথবা সমাজলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অনবদ্য অৰিহনা আগবঢ়োৱা আন বিশিষ্ট ব্যক্তিৰ নাম জিলা আয়ুক্ত নাইবা assamcivilianawar...

October 6, 2024 12:24 PM

views 24

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব  ৰাজ্যৰ নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া 

ৰাজ্যত আজিৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সভাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা  বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি মুখ্যমন্ত্রী গৰাকীয়ে নিযুত মইনা আঁচনিৰ ...

October 5, 2024 9:57 AM

views 16

তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত

তেজপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিয়ে অহা ২৪ৰ পৰা ২৬ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত লৈছে। বৃহত্তৰ তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজক জড়িত কৰি সাহিত্য উৎসৱ অনুষ্ঠিত কৰাৰ লগতে শিক্ষাৰ্থীসকলকো সাহিত্য উ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।