আঞ্চলিক সংবাদ

October 8, 2024 11:41 AM

views 27

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে আজিৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ' এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফ...

October 8, 2024 11:37 AM

views 21

অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক অনুষ্ঠিত

 শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি জনতা ভৱনত অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত কলেজ শিক্ষকসকলৰ পদোন্নতি, দৰমহা সুৰক্ষা আৰু আন কেইবাটাও আনুসংগিক বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ সময়ত কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ দলটোৱে তেওঁলোকে বিগত সময়ত সন্মুখীন হৈ অহা বিভিন্...

October 8, 2024 11:35 AM

views 29

গোলাঘাটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পর্যালোচনা সভা অনুষ্ঠিত

গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ সভাগৃহত কালি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত জিলাখনত ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ সংগ্ৰহ আৰু ডিজিটাইজেশ্বন সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত হোৱা পৰ্যালোচনা সভাত জিলাখনৰ প্ৰতেক্যটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰ-পত্ৰ সংগ্ৰহৰ খতিয়ান লোৱাৰ লগতে ...

October 8, 2024 11:34 AM

views 8

যোৰহাটত দুদিনীয়া ৰবটিক্স আৰু এৰ’ম’ডেলিং শীৰ্ষক কর্মশালাৰ আয়োজন

উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত কাইলৈ আৰু পৰহিলৈ আঞ্চলিকৰ অন্তর্গত শাখা মইনা পাৰিজাতসমূহৰ মইনাসকলৰ অংশগ্রহণেৰে দুদিনীয়া ৰবটিক্স আৰু এৰ'ম'ডেলিং শীৰ্ষক এখন কর্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত প্রায় ৬০ গৰাকী মইনাই অংশগ্ৰহণ কৰে। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিভিন্ন ...

October 8, 2024 11:32 AM

views 20

ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়া...

October 7, 2024 9:14 PM

views 24

বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

মাইক্র’ আৰ এন এৰ আৱিষ্কাৰ আৰু পোষ্ট ট্ৰেন্সক্রিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, মাইক্র’ আৰ এন এ হৈছে জিনৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় এটা প্রাথমিক স...

October 7, 2024 9:13 PM

views 25

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলে ৮-২২ অক্টোবৰলৈ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে ৮ অক্টোবৰৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ' এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয...

October 7, 2024 9:11 PM

views 8

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ

গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নির্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি ১ নম্বৰ আৰু ২ নম্বৰ ছাত্ৰাৱাস খালী কৰিবলৈ নিৰ্দেশ দিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাৰ পাছতে আৱাসীসকলে প্ৰতিবাদ স...

October 7, 2024 9:10 PM

views 12

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ-নৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ-নৰ্বাচিত সদস্যসকলে আজি শপতগ্ৰহণ কৰে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে ডেকা সত্ৰীয়া গৌতম পাঠকৰ উপস্থিতিত সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচিত ২৮ গৰাকী সদস্যক সত্ৰখনৰ মঠৰ চোতালত শপতবাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে যোৱা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত ব...

October 7, 2024 9:08 PM

views 12

ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প’ৰ্টেললৈ জনতাৰ ব্যাপক সঁহাৰি, ১.৪৬ কোটি আৱেদন লাভ

নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰক্ৰিয়া অধিক সুষম আৰু সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প'ৰ্টেলে জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিছে। মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি প'ৰ্টেলটোত বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগ, সংস্থা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহৰ ৬৩৬টা সে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।