October 9, 2024 7:38 PM
24
অপহৰণ কাণ্ডত জড়িতৰ অভিযোগত ৪ অভিযুক্তক গোৱালপাৰা আৰু কোকৰাঝাৰৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
মহানগৰ আৰক্ষীয়ে অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত চাৰিজন অভিযুক্তক যোৱা নিশা গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৭ ছেপ্তেম্বৰত দুজনকৈ অচিনাকী লোকে গাড়ী ভাড়া কৰাৰ চলেৰে অমিত কুমাৰ সিংহ নামৰ চালক এজনক অপহৰণ কৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলালৈ লৈ গৈছিল। ইত...