আঞ্চলিক সংবাদ

December 12, 2025 7:59 PM

views 8

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্রকল্প বিষয়া গীতা...

December 12, 2025 7:58 PM

views 6

ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ পৰা ২৬,৮০০ বস্তা চাউল হৰলুকি ঘটনাৰ চিবিআই তদন্তৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রতিবাদ

ভাৰতীয় খাদ্য নিগমৰ ধেমাজী গুদামৰ পৰা ২৬ হাজাৰ ৮০০ বস্তা চাউল হৰলুকি হোৱা ঘটনাৰ চি বি আই তদন্তৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজীৰ কচাৰি ময়দানৰ সন্মুখত এই প্রতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ শতাধিক সদস্যই অংশ লয়। প্রতিব...

December 12, 2025 7:58 PM

views 10

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা প্ৰতিবাদী সমদল

মৰিগাওঁত আজি সদৌ তিৱা ছাত্ৰ সন্থাই কেইবাটাও দাবীৰ সমৰ্থনত এটা প্ৰতিবাদী সমদল উলিয়ায়। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় বেলট আৰু ব্লকসমূহ সংৰক্ষণৰ বাবে তিৱা ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে। তিৱা স্বায়ত্ত শাসিত পৰিষদীয় চুক্তি অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ ...

December 12, 2025 11:45 AM

views 19

চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ চতুর্থ সমবায় মেলাৰ আয়োজন

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ চতুর্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্রহণ কৰিব। মেলাত হাতেবোৱা কাপোৰ, বাঁহ-বেতেৰে নির্মিত সামগ্রী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্রী, কাঁহৰ সামগ্রী, পৰম্পৰাগত অ...

December 12, 2025 11:42 AM

views 12

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দে...

December 12, 2025 11:39 AM

views 17

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীবৰঠাকুৰলৈ এই বঁটা আগবঢ়...

December 12, 2025 11:37 AM

views 22

বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান

বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই আঁচনিৰ অধীনত বি টি আৰৰ ৪ লাখ ৫০ হাজাৰ লোকক সামৰি লোৱা হ'ব। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তর্ভুক্ত কৰা হৈছে। এই উপলক্ষে আজি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়ো...

December 12, 2025 11:35 AM

views 15

মণিপুৰত আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱৰ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

দুদিনীয়া ভ্রমণসূচীৰে মণিপুৰলৈ অহা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি মণিপুৰৰ ইম্ফলত থকা নুপি লাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্রদ্ধা তর্পণ কৰিব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল'ব আৰু জিলাখনত কেইবাটাও উন্নয়নম...

December 12, 2025 11:32 AM

views 12

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত আজি এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু হোৱা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিছে। দীঘলীয়া অনুসন্ধান আৰু ৩ শতাধিক লোকৰ সাক্ষ্যৰ ভিত্তিত এছ আই টিয়ে গোচৰটোৰ অভিযোগনামা সাজু কৰি উলিয়াইছে। জুবিন গাৰ্গ...

December 12, 2025 11:29 AM

views 27

অৰুণাচলৰ আনজাওত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত কালি সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোকপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেন্ডেলত দুর্ঘটনাটোত প্রাণ হেৰুওৱা লোকসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।