আঞ্চলিক সংবাদ

October 11, 2024 6:44 PM

views 23

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পাঁচটা অপৰাধীৰ পলায়ন, কাৰাগাৰ অধীক্ষকক নিলম্বন

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা নিশা পাঁচটা অপৰাধীয়ে পলায়ন কৰা ঘটনা সন্দৰ্ভত কাৰাগাৰখনৰ অধীক্ষক প্রশান্ত শ‍ইকীয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে। অপৰাধী কেইটাই নিশা বিছনা চাদৰ, কম্বল আদি জোৰা লগাই কাৰাগাৰৰ দেৱাল বগাই পলায়ন কৰে। ঘটনা সন্দৰ্ভত জিলা আয়ুক্তই ইতিমধ্যে দণ্ডাধীশ পৰ্যায়...

October 11, 2024 11:27 AM

views 17

কেন্দ্ৰীয় কৰৰ অংশৰ প্ৰথম কিস্তিৰ ধন অসমলৈ কেন্দ্ৰৰ ৫,৫৭৩ কোটি টকা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত ৰাজ্যসমূহলৈ মুকলি কৰা কেন্দ্ৰীয় কৰৰ অংশৰ প্ৰথম কিস্তিৰ ধনৰ অসমে ৫ হাজাৰ ৫৭৩ কোটি টকা লাভ কৰিছে। কেন্দ্ৰীয় কৰৰ অংশৰ কিস্তি অসমকো মুকলি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জনায়।

October 11, 2024 11:24 AM

views 27

শাৰদীয় দুর্গা পূজাৰ অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ

শাৰদীয় দুর্গা পূজাৰ আজি অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে অষ্টমী পূজা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্ৰোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শ...

October 10, 2024 7:16 PM

views 40

গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শং...

October 10, 2024 5:48 PM

views 30

আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পুনৰ সোণৰ পদক অৰ্জন

হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমে আজি পুনৰ সোণৰ পদক অৰ্জন কৰিছে। অসমৰ বেদৱত ভৰালী আৰু হিমন্ত দৈমাৰীয়ে ৭৩ কিলোগ্রাম ওজন শাখাৰ ক্ৰমে জুনিয়ৰ আৰু যুৱ শাখাত সোণৰ পদক লাভ কৰে। অহা ১৩ অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত অসমে এ...

October 10, 2024 5:45 PM

views 40

পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শং...

October 10, 2024 12:51 PM

views 26

ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাজ্যত ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে প্ৰকাশ কৰিছে। ডাক সপ্তাহৰ অংশ হিচাপে কালি বিশ্ব ডাক দিৱস পালন কৰাৰ লগতে আজি অন্ত্যোদয়া দি...

October 10, 2024 12:49 PM

views 27

ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতুৰ সৌৰচালিত আলোকিতকৰণ প্ৰকল্প উদ্বোধন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ধলা-শদিয়া সংযোগ কৰা ড০ ভূপেন হাজৰিকা সেতুৰ সৌৰচালিত আলোকিতকৰণ প্ৰকল্প উদ্বোধন কৰে। এই প্রকল্প অনুসৰি এ পি ডি চি এলে ধলা-শদিয়া সেতুত সৌৰশক্তিৰে বিদ্যুতৰ যোগান ধৰিব।

October 10, 2024 12:40 PM

views 13

শাৰদীয় দুর্গা পূজাৰ সপ্তমী উপলক্ষে বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা

শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। কালি ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হৈছে। পূজাথলীসমূহত পুৱাৰেপৰাই বহুলোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয...

October 9, 2024 7:41 PM

views 22

গোৱালপাৰাৰ লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰ স্থাপন কৰি ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ

গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰত স্থাপন কৰি গাঁওখনৰ ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ কৰি দিছে। বিভিন্ন উপায়েৰে প্ৰদূষণ ৰোধ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।