আঞ্চলিক সংবাদ

October 12, 2024 6:50 PM

views 31

বটদ্ৰৱা সত্ৰত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিৰসত বুৰ গৈছে। মাজুলীৰ সক...

October 12, 2024 6:44 PM

views 22

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিসত বুৰ গৈছে। মাজুলীৰ সকল...

October 12, 2024 6:41 PM

views 21

দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হব। গুৱাহাটী মহানগৰীত আজিৰে পৰা ৩ দিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসর...

October 12, 2024 12:22 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী উদযাপন

কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পুৱা ৬বজাত প্রভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ তৰফৰ পৰা জনোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী উপলক্ষে আজি ভাগৱত পাঠ, আয়তিৰ নাম পৰিবেশন, ধর্মালোচনী সভাৰ লগতে সন্ধিয়া বন্তি প্রজ্জ্বলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইপিনে,...

October 12, 2024 12:13 PM

views 28

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ পূজা মণ্ডপো সর্বমংগলময়ী, সিদ্ধিদাত্রী মহিষ মর্দিনী দেৱী দুৰ্গাৰ বন্দনা আৰু পুৰোহিতৰ মন্ত্রোচাৰণ, ঢাক, ঢোল, শংখ, ঘণ্টা, ডবা, কাহৰ শব্দৰ মুখৰ হৈ পৰিছে । ইপিনে বাক্সা জিলাৰ ছিকাদৌল বাথৌ মন্দিৰ প্ৰাংগণত সম্পূৰ্ণ বড়ো ৰীতি-নীতিৰে দুৰ্গা পূজা প...

October 12, 2024 12:11 PM

views 19

বিজয়া দশমী উপলক্ষে যানবাহন আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি

শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি আজি পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহন সমূ...

October 11, 2024 7:34 PM

views 19

ৰাজ্যত কাইলৈ জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে আয়োজন

জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পুৱা ৬ বজাত প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হ'ব। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ তৰফৰ পৰা জনোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী উপলক...

October 11, 2024 7:33 PM

views 17

চিৰাং জিলাৰ বিজনীৰ নৱনিৰ্মিত শ্রীশ্রী লক্ষ্মী মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ বিজনীৰ নৱ নিৰ্মিত ঐতিহ্য মণ্ডিত শ্রীশ্রী লক্ষ্মী মন্দিৰ উদ্বোধন কৰাৰ লগতে বহিঃৰাজ্যৰ পৰা অনা লক্ষ্মী দেৱীৰ প্ৰতিমা প্রতিষ্ঠা কৰে। বিজনীৰ লক্ষ্মী পূজা সমিতিৰ উদ্যোগত তিনি কোটি টকাৰো অধিক পৰিমাণৰ ধন ব্যয়ৰে পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত এই মন্দিৰটো নিৰ্মাণ ক...

October 11, 2024 7:31 PM

views 13

গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত ভাৰত মাতা পূজন কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ চানমাৰিত চলি থকা ভাৰত মাতা পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰজ্ঞাৰ উদ্যোগত আয়োজিত ভাৰত মাতা পূজন কাৰ্যসূচীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসোণোৱালে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। ৮ অক্টোবৰৰ পৰা অনুষ্ঠিত ভাৰত মাতা পূজন কাৰ্যসূচী কাইলৈ অন্ত পৰিব। ...

October 11, 2024 6:48 PM

views 25

শাৰদীয় দুর্গোৎসৱৰ অষ্টমী-নৱমী পূজা একেদিনাই সম্পন্ন, দেৱী দুৰ্গাৰ আশিস গ্ৰহণ ভক্তিপ্ৰাণ ৰাইজৰ

শাৰদীয় দুর্গোৎসৱৰ অষ্টমী আৰু নৱমী পূজা আজি তিথি অনুসৰি একেদিনাই সম্পন্ন হয়। এই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীতে ভক্তিপ্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰে। গোৱালপাৰা জিলাত আজি পুৱাৰ ভাগত বৈদিক ৰীতি-নীতিৰে অষ্টমী পূজা সমাপন কৰাৰ পাছত নৱমী পূজাও সম্পন্ন কৰা হয়। জিলাখনৰ নেপালী মন্দিৰ সাৰ্বজনীন দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।