আঞ্চলিক সংবাদ

October 15, 2024 7:04 PM

views 17

মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী

ৰাজ্য চৰকাৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহযোৰা কাৰ্যসূচী পালন কৰিছে। ৰাজ্য চৰকাৰে মানসিক ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰামৰ্শৰ বাবে ১৪৪১৬ হেল্পলাইন নম্বৰ মুকলি কৰিছে। দুখ আৰু হতাশাবোধ, অত্যধিক ...

October 15, 2024 7:01 PM

views 17

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২ টাকৈ বিষয়ৰ প্ৰশ্ন কাকতৰ পদ্ধতি নতুন হ'ব। বিদ্যালয় শিক্ষা বোর্ডে এ...

October 15, 2024 7:00 PM

views 23

দৰং জিলাৰ দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন

দৰং জিলাৰ ঐতিহাসিক দেৱানন্দ সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে মথনী উৎসৱৰ আয়োজন কৰা হৈছে। মথনী উৎসৱৰ লগতে ১৬২৫ চনত স্থাপিত সত্ৰখনত ৪০০ বছৰীয়া জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী উদযাপন কৰা হয়। সাংসদ দিলীপ শ‍ইকীয়াক সভপতি, বিধায়ক ডº পৰমানন্দ ৰাজবংশীক কাৰ্যকৰী সভাপতি হিচাপে লৈ গঠন কৰা সমিতিয়ে এই কা...

October 15, 2024 6:57 PM

views 13

ডাº বসন্ত কুমাৰ বৈশ্যক অতিৰিক্তভাৱে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অর্পণ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগে আজি এটা নিৰ্দেশনাৰ জৰিয়তে অধ্যাপক ডাº বসন্ত কুমাৰ বৈশ্যক অতিৰিক্তভাৱে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অর্পণ কৰিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শৈল্য স্নায়ু বিভাগৰ অধ্যাপক ডাº বৈশ্য বৰ্তমান গু...

October 15, 2024 11:03 AM

views 9

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থীসকলে আজিৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে আজিৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in-ৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ড...

October 15, 2024 11:02 AM

views 8

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি চৰকাৰৰ মাহজোৰা কাৰ্যসূচী, হেল্পলাইন নম্বৰ মুকলি

ৰাজ্য চৰকাৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি মানসিক ৰোগৰ চিকিৎসা, যতন আদি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাহজোৰা কাৰ্যসূচী পালন কৰিছে। ৰাজ্য চৰকাৰে মানসিক ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰামৰ্শৰ বাবে ১৪৪১৬ হেল্পলাইন নম্বৰ মুকলি কৰিছে। দুখ আৰু হতাশাবোধ, অত্যধিক ...

October 15, 2024 11:00 AM

views 8

শ্ৰীলংকাৰ কলম্বোত সিংহলী ভাষালৈ অনুবাদ কৰা মহাপুৰুষজনাৰ এটা বৰগীত মুকলি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি কালি শ্ৰীলংকাৰ কলম্বোত মহাপুৰুষজনাৰ এটা বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি বাণীবদ্ধ ৰূপত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই এই পদক্ষেপ গ্ৰহণ কৰে। কেন্দ্ৰটোৰ অধ...

October 15, 2024 10:59 AM

views 7

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ জমা দিয়াৰ সময়সীমা ২১ অক্টোবৰলৈ বৃদ্ধি

ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰসমূহ জমা দিয়াৰ শেষ সময়সীমা ২১ অক্টোবৰলৈ বৃদ্ধি কৰিছে। বহু লোকে দুর্গা পূজাৰ বন্ধৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত প্ৰ-পত্ৰসমূহ জমা দিব নোৱৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদন সাপেক্ষে কালি এই সিদ্ধান্ত লোৱা হয় বুলি বিভাগীয় মন্ত...

October 15, 2024 10:56 AM

views 13

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২০২৫ চনত হ'বলগীয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২টাকৈ বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি নতুন হ'ব। বিদ্যালয় শিক্ষা ব’র্ডে এই সন্দৰ্ভত জা...

October 15, 2024 10:54 AM

views 7

কোকৰাঝাৰৰ ৰূপসী বিমানবন্দৰৰ পৰা বিমানৰ চলাচল পুনৰ আৰম্ভ হ’ব

কোকৰাঝাৰ জিলাৰ ৰূপসী বিমানবন্দৰৰ পৰা অহা ১৭ অক্টোবৰৰ পৰা বিমানৰ চলাচল পুনৰ আৰম্ভ হ'ব। এই সন্দৰ্ভত ক্ষেত্রভিত্তিক অধ্যয়ন তথা পৰ্যৱেক্ষণৰ অন্তত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত ২০১৯ চনত ৰূপসী বিমানবন্দৰৰ পুনৰ নিৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।