আঞ্চলিক সংবাদ

October 19, 2024 7:03 PM

views 16

বৰপেটা পৌৰসভাৰ খেলপথাৰত ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা

আত্মনিৰ্ভৰ ভাৰত শ্লোগানেৰে দেশৰ হস্ততাঁত শিল্পীসকলক উৎসাহিত কৰাৰ লগতে উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে এখন উন্নত বজাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে বৰপেটাত এখন বস্ত্ৰ মেলা অনুষ্ঠিত হৈছে। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত এই ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা...

October 19, 2024 7:00 PM

views 26

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কালি অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিকেইটাত মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ'ব। ৫টা সমষ্টিত সৰ্বমুঠ ৯ লাখ ১০ হাজাৰ ভোটদাতাই ভোটৰ অধিকাৰ সাব্...

October 19, 2024 6:58 PM

views 13

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ডাঃ পেম্মাছানী চন্দ্ৰশেখৰৰ চৰাইদেউ মৈদামস্থলী পৰিদৰ্শন

দুদিনীয়া ভ্রমণসূচীৰে চৰাইদেউ জিলালৈ অহা কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ডাঃ পেম্মাছানী চন্দ্ৰশেখৰে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা চৰাইদেউ মৈদামস্থলী ভ্ৰমণ কৰে। মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহন কৰা কী...

October 19, 2024 6:56 PM

views 12

উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহৰ প্রধানমন্ত্ৰী আৱাস যোজনাৰ কাম-কাজ পৰিদৰ্শন জিলা আয়ুক্তৰ

যোৰহাট জিলা আয়ুক্তই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপস্থিতিত আজি উত্তৰ-পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনত গাঁও পঞ্চায়তসমূহত প্রধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে উন্নয়ন খণ্ডটোৰ সকলো গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকত খণ্ড উন...

October 19, 2024 6:55 PM

views 11

চৰাইদেউত প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান ৰূপায়ণ

চৰাইদেউ জিলাৰ কৃষকসকলৰ সুবিধাৰ্থে আজিৰে পৰা ২৫ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। জিলাখনত এই আঁচনিৰ সুবিধা এতিয়ালৈ লাভ নকৰা নাইবা এই আঁচনিৰ সুফল লাভ কৰাত সমস্যাৰ সন্মুখীন হোৱা কৃষকসকলৰ সুবিধার্থে বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। যিসকল কৃষকে অনলাইন আবেদন...

October 19, 2024 6:51 PM

views 23

শিশুৰ সৃজনীশীলতাক ৰং-তুলিকাৰে জিলিকাই তোলাৰ প্ৰয়াসেৰে যোৰহাটত চিত্রাংকন প্রতিযোগিতা

শিশুসকলৰ সৃজনীশীলতাক ৰং আৰু কল্পনাৰ তুলিকাৰে জিলিকাই তোলাৰ প্ৰয়াসেৰে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত এখন চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। যোৰহাট পুলিচ ৰিজাৰ্ভত অনুষ্ঠিত প্রতিযোগিতাখনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিশুসকলৰ সৃষ্টিশীলতাৰ উদযাপনৰ জৰিয়তে সামাজ...

October 18, 2024 8:33 PM

views 32

মুছলপুৰত গ্ৰামোন্নয়ন বিভাগৰ সমল কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ মুছলপুৰত গ্ৰামোন্নয়ন বিভাগৰ সমল কেন্দ্ৰ এটাৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ উন্নয়ন প্ৰশিক্ষণৰ সা-সুবিধা তথা সামর্থ্য বৃদ্ধিৰ লক্ষ্যৰে এই সমল কেন্দ্ৰটো নিৰ্মাণ কৰা হ'ব। প্ৰায় ২ কোটি টকা ব্যয়সাপেক্ষ এই সমল কেন্দ্ৰটোৰ...

October 18, 2024 8:29 PM

views 30

কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্যমন্ত্ৰী ডাঃ পেমাছান্নি চন্দ্ৰশেখৰ চৰাইদেউত উপস্থিত

দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি চৰাইদেউ জিলাত উপস্থিত হোৱা কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্যমন্ত্ৰী ডাঃ পেমাছান্নি চন্দ্ৰশেখৰে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লোৱাৰ লগতে অগ্রগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত কেন...

October 18, 2024 8:22 PM

views 25

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভ উদ্বোধন

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন কৰা হয়। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত উদ্যোগীলৈ দুই লাখৰ পৰা ৫ লাখ পর্যন্ত টকাকৈ আগবঢ়োৱা হয় ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রত...

October 18, 2024 8:19 PM

views 41

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ লগে লগে সমষ্টিকেইটাত মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ'ব। ৫টা সমষ্টিত সৰ্বমুঠ ৯ লাখ ১০ হাজাৰ ভোটদাতাই ভোটাধি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।