আঞ্চলিক সংবাদ

October 20, 2024 12:09 PM

views 30

NAACৰ মূল্যায়নত ৰাজ্যৰ তিনিখন মহাবিদ্যালয়ৰ সাফল্য

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ NAACৰ মূল্যায়নত পাণ্ডু মহাবিদ্যালয়ে ৩.১-২ CGPA ৰে এ-গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দৰং মহাবিদ্যালয়ে ২.৮-৫ CGPA ৰে বি-ডাবল প্লাছ আৰু গোগামুখ মহাবিদ্যালয়ে ২.১ CGPA ৰে বি-গ্রেড লাভ কৰে। তিনিখন মহাবিদ্যালয়ৰ এই সাফল্যৰ বাবে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ...

October 20, 2024 12:06 PM

views 12

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে কালি জিলাখন ভ্ৰমণ কৰি এখন পর্যালোচনা বৈঠকত মিলিত হয়। কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই বৈঠকত বিভাগী মুৰব্বীসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ বিভিন্ন উন্নয়নমূলক চৰ...

October 20, 2024 11:54 AM

views 29

মন্ত্রী অশোক সিংহল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো কালি চিদলী বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে চিৰাঙত বিজেপি, ইউ পি পি এল আৰু অগপ দলৰ মাজত যৌথ বৈঠক অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নির্বাচন সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মন্ত্রী অশোক সিংহল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিদলী বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে চিৰাং জিলাৰ কাশীকোত্রাত কেন্দ্ৰীয় দলীয় কার্যালয় মুকলি কৰি বিজেপি, ...

October 20, 2024 11:46 AM

views 23

অসমত আজিৰ পৰা মিছন বসুন্ধৰা তৃতীয় সংস্কৰণ আৰম্ভ

ৰাজ্যত আজিৰ পৰা মিছন বসুন্ধৰা তৃতীয় সংস্কৰণ আৰম্ভ হ'ব। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমিহীন লোকক ভূমি প্রদান, দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ স্থগিত ৰখা আবেদনসমূহ পুনৰীক্ষণ, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্রিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণৰ কাম আৰম্ভ কৰা, পূৰ্বৰ গ্ৰ...

October 20, 2024 11:22 AM

views 16

বিজেপিয়ে অসমকে ধৰি আঠ ৰাজ্যৰ কেইখনমান বিধানসভা আসনৰ উপ-নির্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

বিজেপিয়ে অসম, বিহাৰ, ছত্তিশগড়, কর্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু পশ্চিমবংগৰ কেইখনমান বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নির্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলে কেৰালাৰ ৱায়নাড লোকসভা আসনৰ উপ-নির্বাচনত কংগ্ৰেছ প্রার্থী প্ৰিয়ংকা গান্ধী ভাদাৰ বিৰুদ্ধে না হৰিদাসক থিয় কৰাইছে। বিজেপিয়ে অসমৰ ...

October 20, 2024 11:05 AM

views 37

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অসমত ৰাষ্ট্ৰীয় চাইবাৰ ফৰেন্সিক পৰীক্ষাগাৰ স্থাপন হ’বঃ মুন্না প্রসাদ গুপ্তা

চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ডিজিটেল সাক্ষৰতা অত্যন্ত জৰুৰী বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই প্রকাশ কৰিছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত চাইবাৰ সুৰক্ষা বিষয়ত আলোচনাত অংশ লৈ শ্ৰীগুপ্তাই এইকথা উল্লেখ কৰে। তেওঁ কয় যে অপৰাধীসকলে বিভিন্ন কৌশল অৱলম্...

October 19, 2024 8:29 PM

views 15

ৰাজ্য চৰকাৰে ৩ৰ পৰা ৯ নৱেম্বৰলৈ ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব

ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু সমাজক ঐক্যবদ্ধ কৰাত ভাষাৰ অমূল্...

October 19, 2024 8:28 PM

views 15

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। এই ফলাফল অনুসৰি মূল পৰীক্ষাত ৭১১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে। উত্তীর্ণ পৰীক্ষাৰ্থীসকলৰ বাবে আয়োগে অহা ১৩ নৱেম্বৰৰ পৰা মৌখিক সাক্ষাৎকাৰৰ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে লোকসেৱা আয়োগে অসম অসামৰিক স...

October 19, 2024 8:26 PM

views 16

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে বিজয়া ৰাহাটকাৰক নিযুক্তি

বিজয়া ৰাহাটকাৰক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এই সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে এখন অধিসূচনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীমতী ৰাহাটকাৰে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আৰু ঔৰংগবাদৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ বিজেপিৰ ৰাষ্ট্ৰ...

October 19, 2024 7:07 PM

views 11

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ কাইলৈ দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্রান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই এইবছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।