আঞ্চলিক সংবাদ

October 21, 2024 11:57 AM

views 14

আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা আলোচনা সম্প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডিজিটেল জীৱিত থকাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০...

October 21, 2024 11:24 AM

views 11

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বাবে গুৱাহাটীত কালি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি কৰে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় বিভিন্ন সেৱা ডিজিটাইজ কৰাৰ লগতে মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবল...

October 20, 2024 7:40 PM

views 15

কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে। শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে এই বঁটাৰ সূচনা ক...

October 20, 2024 7:36 PM

views 20

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হয়। ৫১১ গৰাকী ছাত্ৰ-ছা...

October 20, 2024 7:14 PM

views 26

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে।ইতিপূৰ্বে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কৰণৰ অধীনত ৯ মাহত ভূমি পট্টা সম্পৰ্কীয় ৮ লাখ আবেদন নিষ্পত্তি কৰাৰ লগতে দ্বিতীয় সংস্কৰণত এবছৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা দিয...

October 20, 2024 6:47 PM

views 47

ৰাজস্থানৰ খোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত কমেও ১২ জন লোকৰ প্রাণহানি

ৰাজস্থানৰ খোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাত এখন শিপাৰ বাছ আৰু এখন অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে এই অঘটনটো ঘটে। নিহত সকলৰ ভিতৰত অধিকাংশ শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত অটোৰিক্সা...

October 20, 2024 6:41 PM

views 21

অসম আৰক্ষীৰ আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ

বিশেষ কার্যবাহিনী এছ টি এফে আজি আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজনক কৰায়ত্ত কৰে। মণিপুৰৰ কাংপকপিৰ পৰা নামনি অসমলৈ ট্ৰাকেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰোতে এই অভিযান চলোৱা বুলি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে। জব্দ কৰা হেৰোইনখিনিৰ ওজন ৬৩৭ গ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় কলাবজাৰত ইয...

October 20, 2024 6:34 PM

views 22

গোৱালপাৰাত সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন

গোৱালপাৰা সাহিত্য সভা আৰু আগিয়া শতদল শাষা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্প...

October 20, 2024 12:16 PM

views 28

যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ বৈঠক

যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি মিছন শক্তি আঁচনিৰ জিলা পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সহকাৰী আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ জৰিয়তে ছোৱালী আৰু মহিলাসকলৰ সৱলীকৰণৰ ল...

October 20, 2024 12:13 PM

views 27

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহলৈ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মাতৃভাষা বঁটা ২০২৪

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক আজি মাতৃভাষা বঁটা ২০২৪ প্ৰদান কৰা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ ধাইআলিত থকা ইমৰান শ্বাহৰ বাসগৃহত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। যোৱা ৬ অক্টোবৰত মঙলদৈত অনুষ্ঠিত শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।