আঞ্চলিক সংবাদ

September 18, 2024 12:07 PM September 18, 2024 12:07 PM

views 5

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ চলাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কার্য চলাব পৰা নাযাব বুলি এটা অন্তৰ্ৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থান...

September 18, 2024 12:03 PM September 18, 2024 12:03 PM

views 4

লখিমপুৰত কাইলৈ অৰুণোদয় আৰু এনএফএছ এক্টৰ হিতাধিকাৰীয়ে লাভ কৰা ৰেচন কাৰ্ডৰ উদ্বোধনী অনুষ্ঠান

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অতিৰিক্ত আয়ুক্ত কোকিলা গগৈয়ে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ অধীনৰ হিতাধিকাৰীসকলৰ নতুনকৈ ৰেচন কার্ড লাভ কৰা কার্যসূচী সম্বন্ধে এখন সংবাদমেল আয়োজন কৰে। কাইলৈ দিনৰ ১১ বজাত কেন্দ্রীয়ভাৱে তৃতীয় পর্যায়ৰ অৰুণোদয় আৰু এন এফ এছ এক্টৰ হিতাধিকাৰীয়ে লাভ ...

September 18, 2024 12:00 PM September 18, 2024 12:00 PM

views 4

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত ভিন্ন কার্যসূচী ৰূপায়ণ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালি দেশৰ বিভিন্ন প্রান্তৰ লগতে অসমতো ভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ অংশ হিচাপে মৰিগাঁও জিলাৰ জাগীৰোডৰ ধৰমতুলত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হয়। কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত ধৰমতুলৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষ...

September 17, 2024 7:56 PM September 17, 2024 7:56 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি  অসমৰ ১,০৩,৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি অসমৰ ১ লাখ ৩ হাজাৰ ৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ অংশ হিচাপে মন্ত্রী বিমল বৰাই আজি টিংখাং সমষ্টিৰ ৰাজগড় গাঁও পঞ্চায়তত নৱনিৰ্মিত গৃহপ্ৰৱেশ অনুষ্ঠানত উপস্থিত থাকে। একেদৰে মন্ত্ৰী কেশৱ মহন্...

September 17, 2024 7:53 PM September 17, 2024 7:53 PM

views 7

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আজি বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে। আদালতে অভিযোগনামাত নাম অন্তর্ভুক্ত নোহোৱা ৯ জন বিষয়াৰ বিৰুদ্ধেও নিজাববীয়াকৈ অভিযোগ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে লোকসেৱা আয়োগ...

September 17, 2024 7:50 PM September 17, 2024 7:50 PM

views 8

অবৈধ অনলাইন ট্রেডিং গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

অবৈধ অনলাইন ট্রেডিং গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰাৰ পাঁচদিনীয়া আৰক্ষী জিন্মাৰ ম্যাদ আজি অন্ত পৰাৰ পাছত ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে আজি আন এজন অভিযুক্ত অম্লানৰ সৈতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অভিযুক্ত কেইগৰাকীয়ে প্ৰথমে আৰক্ষীৰ তদন্তত সহযোগ কৰা নাছিল যদিও পাছলৈ সহযোগ কৰা বুলি আৰক্ষীয়ে প্ৰ...

September 17, 2024 7:46 PM September 17, 2024 7:46 PM

views 8

বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে অসম চৰকাৰৰ  চুক্তি স্বাক্ষৰৰ প্ৰস্তুতি

অসম চৰকাৰে বিশ্বৰ অন্যতম বৃহৎ বিমান নির্মাণ কোম্পানী এয়াৰ বাছ আৰু ৰাফেল আদিৰ দৰে বিশ্ব প্ৰসিদ্ধ যুদ্ধ বিমান নির্মাণ আৰু পৰিচালনা কোম্পানী ডাছ’ৰ সৈতে ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰিছে। এই চুক্তিৰ ফলত দেশৰ বিমান পৰিবহণ খণ্ডত অসমৰ ৫ হাজাৰৰো অধিক যুৱ...

September 17, 2024 7:17 PM September 17, 2024 7:17 PM

views 6

ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন

আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবে...

September 17, 2024 7:11 PM September 17, 2024 7:11 PM

views 25

নতুন দিল্লীত বহনক্ষম বস্ত্ৰ সন্মিলনৰ তৃতীয় সংস্কৰণ কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ দ্বাৰা উদ্বোধন

কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত বহনক্ষম বস্ত্র সন্মিলনৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰে। বস্তুক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ লগতে ইয়াৰ বহনক্ষমতা বৃদ্ধিৰ সুবিধা প্ৰদানৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মাৰ্ঘেৰিটাই কৰ্মসংস্থাপ...

September 17, 2024 7:05 PM September 17, 2024 7:05 PM

views 20

পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। সমষ্টিৰ সীমা নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মৰ্মে প্ৰস্তুত কৰা সচৰা অনুসৰি শোণিতপুৰ জিলাৰ উন্নয়নখণ্ডৰ সংখ্যা পূৰ্বৰ ৭খনৰ ঠাইত ৮খন, গাঁও পঞ্চায়তৰ সংখ্যা ৮২ খনৰ ঠাই ৮৮ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।