November 24, 2025 9:48 AM November 24, 2025 9:48 AM
11
নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ
নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনৰ সাধাৰণ সম্পাদক অৰুণোদয় দহোটীয়াই কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। নিষিদ্ধঘোষিত সংগঠনটোৰ বিত্ত সচিবৰ দায়িত্বত থকা জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচুপাচত আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ এটা দলৰ ওচৰত আত্মসমর্পণ কৰে। ডিব্ৰুগড...