আঞ্চলিক সংবাদ

October 25, 2024 7:50 PM

views 22

২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখন উচ্চ পৰ্যায়ৰ আঞ্চলিক পর্যালোচনা সভা অনুষ্ঠিত

ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত মেলেৰীয়া নিৰ্মল প্ৰকল্পৰ বাবে এইডছ, যক্ষ্মা আৰু মেলেৰীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মহা প্ৰৱন্ধক অধ্যাপক অতুল গোৱেলৰ সভাপতিত্বত যোৱা ২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখ...

October 25, 2024 7:46 PM

views 21

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন

মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আজি ৪০ খন গ্ৰন্থ উন্মোচন কৰা হয়। গড়মুৰৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয়ত নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত গ্রন্থকেইখন উন্মোচন কৰা হয়।

October 25, 2024 7:45 PM

views 33

বাক্সাত বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত

বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰি খেলপথাৰত আজি বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত হয়। কৃষি বৈচিত্ৰতা বৃদ্ধি আৰু কৃষক সমাজৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে বিটিআৰৰ সমবায় সমিতিসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আলোচনাচক্ৰ আৰু প্ৰদৰ্শন...

October 25, 2024 7:44 PM

views 27

অহা ২ নৱেম্বৰত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান অহা ২ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পুৱা পতাকা উত্তোলন কৰিব। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত বংকিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ...

October 25, 2024 7:42 PM

views 24

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড় চহৰত এনে এখন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সমগ্র অসম...

October 25, 2024 7:39 PM

views 28

অহা মে’ৰ মাহৰ ভিতৰত কৃষি বিভাগত ১৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি

নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই আজি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, অহা মে'ৰ মাহৰ ভিতৰত কৃষি বিভাগত এহেজাৰ ৮০০ গৰাকী গ্ৰামসেৱকক নিযুক্তি দিয়া হ'ব। ইতিমধ...

October 25, 2024 7:36 PM

views 30

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ৫,০২৩ টা খালী পদৰ বাবে পৰহিলৈ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা

ৰাজ্যৰ ২৮ খন জিলাত ৪২ টা বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ পাঁচ হাজাৰ ২৩ টা খালী পদৰ বাবে এই পৰীক্ষা পৰহিলৈ অনুষ্ঠিত হ'ব। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আৰু ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীর্ণ প্রার্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োবেলাৰ পৰীক্ষাত ১৩ লাখ ৭৯ হাজ...

October 25, 2024 7:33 PM

views 15

ৰাজ্যৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নির্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা ২৪ গৰাকী প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। উপ-নিৰ্বাচনৰ বাবে আটাইকেইটা ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীকে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। আজি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ...

October 25, 2024 6:45 PM

views 25

জাগীৰোডত চেমি কনডাক্টৰ বিষয়ক কর্মশালা অনুষ্ঠিত

নর্থ ইষ্ট ইণ্ডিয়া চাইন্টিফিক এণ্ড এণ্টাৰপ্রেনিউৰিয়েল ডাইস্পোৰা চমুকৈ NEISED, National Institute of Electronics & Information technology, Guwahati. NIELIT, VSLI society of India আৰু জাগীৰোড মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আজি জাগীৰোডৰ চেমি কনডাক্টৰ বিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। জাগীৰোডৰ বহুমুখী প...

October 25, 2024 6:44 PM

views 26

২৮ অক্টোবৰৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে দীপাৱলী উদযাপন বিশেষ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ২৮ অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰি আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।