আঞ্চলিক সংবাদ

October 29, 2024 7:24 PM

views 18

নাগৰিক সুস্থ হ’লেহে দেশৰ প্ৰগতি ত্বৰান্বিত হয় বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয় আৰু নাগৰিক সুস্থ হ'লেহে দেশৰ প্ৰগতি ত্বৰান্বিত হয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই দৃষ্টিভংগীৰে চৰকাৰে নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ দি স্বাস্থ্য নীতিৰ পাঁচটা মূল স্তম্ভ প্রতিষ্ঠা...

October 29, 2024 6:00 PM

views 25

ৰাজ্যিক নির্বাচন আয়োগৰ ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। আজিৰ পৰা ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নির্বাচন আয়ো...

October 29, 2024 7:21 PM

views 46

দেশজুৰি আজি একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি আজি একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ নেচনেল ষ্টেডিয়ামৰ পৰা পতাকা জোকাৰি একতাৰ দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদানৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় ...

October 29, 2024 5:55 PM

views 23

ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে গুৱাহাটী সহ দেশৰ ৪০ টা স্থানৰ ৰোজগাৰ মেলাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে গুৱাহাটীসহ দেশৰ ৪০টা স্থানত আয়োজন কৰা ৰোজগাৰ মেলাক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলক স্থায়ী ...

October 29, 2024 12:36 PM

views 19

৫১ হাজাৰৰো অধিক নৱনিযুক্ত প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৫১ হাজাৰৰো অধিক নৱনিযুক্ত প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে প্রধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলক স্থায়ী চৰকাৰী চাকৰি প্ৰদানৰ প্ৰচেষ্টা অব্যাহত আছে। তেওঁ কয় যে দেশৰ যুৱ-প্ৰজন্মক কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ চৰ...

October 29, 2024 12:28 PM

views 19

ৰাজ্যত উপ-নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ৪টাত ২৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গৃহীত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। অৱশ্যে চামগুৰি বিধানসভা সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি পুৱা ১১ বজালৈ স্থগিত ৰখা হৈছে। কালি মনোনয়ন পত্ৰ পৰীক্ষা কৰা অনুসৰি ধলাই সমষ্টিত ৯গৰাকী ছিদলী সমষ্টিত ৩গৰাকী, বঙাই...

October 29, 2024 7:19 PM

views 29

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি ৰাজ্যত ‘একতাৰ দৌৰ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি দেশজুৰি আজি একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ নেচনেল ষ্টেডিয়ামৰ পৰা পতাকা জোকাৰি একতাৰ দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদানৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় ...

October 29, 2024 12:23 PM

views 21

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত ধান ক্রয় সন্দৰ্ভত বৈঠক

যোৰহাট আৱৰ্ত ভৱনত জিলা আয়ুক্তৰ অধ্যক্ষতাত তিতাবৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ, মিলাৰ্ছ আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে ধান ক্রয় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ২০২৪- ২৫ বৰ্ষত খাৰিফ মার্কেটিং চিজন...

October 29, 2024 12:22 PM

views 23

দীপাৱলীৰ বাবে বৰপেটা শিল্পীৰ নানা তৰহৰ আতচবাজি প্ৰস্তুত

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যৰ আতচবাজি প্ৰস্তুতকাৰী শিল্পীসকলৰ মাজত কৰ্মব্যস্ততা বৃদ্ধি হোৱা দেখা পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটাৰ শিল্পীসকলে থলুৱাভাৱে প্ৰস্তুত কৰা নানা তৰহৰ আতচবাজি ৰাইজৰ হাতত তুলি দিবলৈ সাজু কৰি তুলিছে। বহিঃৰাজ্যৰ আতচবাজিৰ প্ৰতিযোগিতামূলক বজাৰৰ মাজতো বৰপ...

October 29, 2024 12:20 PM

views 15

বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ ২০২৪ বৰ্ষৰ সাৰস্বত সন্মান

বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ ২০২৪ বৰ্ষৰ সাৰস্বত সন্মান আগবঢ়োৱাৰ কথা অধ্যাপক নগেন শ‍ইকীয়া সাৰস্বত ন্যাস পৰিষদে জানিবলৈ দিছে। শিল্পীগৰাকীয়ে ভাস্কৰ্য তথা চিত্রশিল্পলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীসিংহক এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ড০ নগেন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।