আঞ্চলিক সংবাদ

October 30, 2024 8:21 PM

views 15

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰি মুকলি, আজিৰে পৰা মুকলি নামেৰী ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হ'ব। ইতিমধ্যে হাতীৰ ছাফাৰীৰ বাবে হাতীৰ স্বাস্থ্য পৰীক্ষা, মাউতৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় সকলো কাম-কাজ সম্পন্ন কৰা হৈছে। কঁহৰা বনাঞ্চলত বন বিভাগৰ ১০টা পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত প্ৰায় ৫০ হাতীৰ পঞ্জীয়ন কৰা হৈছে। ইপ...

October 30, 2024 8:16 PM

views 11

দীপাৱলী-ষট পূজাৰ সময়ত হাজাৰৰো অধিক বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো হাজাৰৰো অধিক বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাইছে। ৰে'লৱেই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ২ হাজাৰ ৫০০ৰো অধিক অতিৰিক্ত ৰে'লগাড়ীৰ চলাচল কৰোৱাইছে। অলপতে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্...

October 30, 2024 12:34 PM

views 21

এল অ’ চি কেলেংকাৰি গোচৰৰ ৰায়; ৫জনক দোষী সাব্যস্ত, ৭জনক দোষমুক্ত ঘোষণা

গুৱাহাটীস্থিত চিবিআইৰ বিশেষ আদালতে কালি কেইবা কোটি টকীয়া লেটাৰ অৱ ক্রেডিট (এলঅ’চি) কেলেংকাৰিৰ গোচৰ সন্দৰ্ভত ৰায় দিয়ে। তদানীন্তন অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত সংঘটিত কেলেংকাৰিটোৰ সৈতে জড়িত পাঁচজনক কালি আদালতে দোষী সাব্যস্ত কৰাৰ লগতে তথ্য প্রমাণৰ অভাৱত ৭জনক দোষমুক্ত ঘোষণা কৰে। ইয়াৰে বি এন চক্ৰৱৰ্...

October 30, 2024 12:33 PM

views 15

‘ভাষা গৌৰৱ সপ্তাহ’ পালনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ উদযাপনৰ অৰ্থে ৩ৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ভাষা গৌৰৱ সপ্তাহ পালন কৰা হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টযো...

October 30, 2024 12:31 PM

views 17

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ, আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে, উপ-নির্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা সম্পন্ন হৈছে। মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত ধলাই সমষ্টিত ৯গৰাকী, ছিদলী সমষ্টিত ৩গৰাকী, বঙাইগাঁও সমষ্টিত ৮গৰাকী, বিহালী সম...

October 30, 2024 12:29 PM

views 36

২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ, দাবী-আপত্তি দৰ্শোৱাৰ অন্তিম দিন ২৮ নৱেম্বৰ

ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে ৯, ১০,...

October 30, 2024 12:28 PM

views 21

মাজুলীৰ কমলাবাৰী-নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ হ'ব। টিকট ক্রয় প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্রকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা ২০ অক্টোবৰৰ...

October 30, 2024 12:20 PM

views 6

কালী পূজা-দীপাৱলীলৈ মাজত মাথোঁ কেইটামান ঘণ্টা, সেউজ দীপাৱলী উদযাপনৰ আহ্বান প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘণ্টা। দেশজুৰি উৎসাহ-উদ্দীপনাৰে এই উৎসৱ উদযাপন কৰা হ'ব। ইতিমধ্যে দোকান-পোহাৰসমূহ মাটিৰ চাকিৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে সজাই তোলা হৈছে আৰু গ্ৰাহকেৰে বজাৰসমূহ ঠাহ খাই পৰিছে। সমান্তৰালকৈ কালী পূজা...

October 30, 2024 12:19 PM

views 16

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰথম দীপাৱলী উৎসৱৰ আয়োজন, ২৮ লাখ বন্তি প্ৰজ্বলনৰ প্ৰস্তুতি

ৰাম জনমভূমি মন্দিৰত প্ৰথম দীপাৱলী উৎসৱৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অযোধ্যাত ২৮ লাখ বন্তি প্ৰজ্বলনেৰে নতুন বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতিও সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। ৰাম মন্দিৰ চৌহদত এইবাৰ উদযাপন কৰিবলগীয়া দীপাৱলী উৎসৱ বিশেষভাৱে ব্যতিক্রম হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য ক...

October 30, 2024 12:18 PM

views 11

২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ

২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি বোমা বিস্ফোৰণত নিহতসকললৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাব। মুখ্যমন্ত্ৰী হিমন্ত ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।