September 30, 2024 8:43 PM September 30, 2024 8:43 PM
6
সাংবাদিকক ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ আৰু নিজ অঞ্চলত সজাগতা সৃষ্টি কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান
মন্ত্রী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কীয় এটি অনুষ্ঠানত অংশ লয়। বিভিন্ন জিলাৰ পৰা অহা সাংবাদিকসকলৰ সৈতেও তেওঁ অনুষ্ঠানত মত বিনিময় কৰে। তেওঁ সাংবাদিকসকলক ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ লগতে নিজ নিজ অঞ্চলত সজাগতা সৃষ্টিৰ ক্ষ...