আঞ্চলিক সংবাদ

October 1, 2024 10:15 AM October 1, 2024 10:15 AM

views 6

আজি আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস

■ আজি আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাত আজি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হ'ব। শহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত মুকলি কৰিবলগীয়া এই শিবিৰ ৩ অক্টোবৰ পৰ্যন্ত খোলা থাকিব। পুৱা ৯ বজাৰ পৰা দিনৰ এক বজালৈ এই শিবিৰত জ্যেষ্ঠ না...

October 1, 2024 10:04 AM October 1, 2024 10:04 AM

views 18

ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকৰ বিজেপিৰ সদস্য ভৰ্তি অভিযানত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি অভিযানৰ অধীনত ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত সদস্য ভৰ্তি অভিযানৰ পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ ক...

October 1, 2024 9:58 AM October 1, 2024 9:58 AM

views 11

আজি দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্...

October 1, 2024 9:53 AM October 1, 2024 9:53 AM

views 10

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা কৰিছে। কালি গুৱাহাটীত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এন আৰ চিৰ বিষয়টো এতিয়া কেৱল অসমৰ সমস্যা বা বিষয় নহয়। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা। সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি যু...

September 30, 2024 8:55 PM September 30, 2024 8:55 PM

views 3

ইটানগৰত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আয়োজিত বৈঠকত আঞ্চলিক গ্রাম্য বেংক আৰু পৃষ্ঠপোষক বেংকসম...

September 30, 2024 8:53 PM September 30, 2024 8:53 PM

views 6

সোণাপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে আজি অসম চৰকাৰক অলপতে সোণাপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত জাননী জাৰি কৰিছে। এই জাননীত ন্যায়ালয়ে উচ্ছেদ এই ঘটনাই যোৱা ১৭ ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা অন্তৰ্ৱৰ্তী আদেশ উলংঘা কৰা বুলি প্ৰকাশ কৰিছে। এই আদেশত ন্যায়ালয়ে আদালতৰ আগতীয়া অনুমতি অবিহনে কোনোধৰণৰ উচ্ছেদ কাৰ্...

September 30, 2024 8:49 PM September 30, 2024 8:49 PM

views 6

অসমত বিজেপিৰ সদস্যভৰ্তি অভিযান সফলতাৰে ৰূপায়ণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভৰ্তি অভিযান সফলতাৰে ৰূপায়ণ হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰিছে। দেশৰ ভিতৰত ৮৫ শতাংশ সদস্যতাৰ লক্ষ্য প্রাপ্তিৰে নজিৰ স্থাপন কৰাৰ লগতে ৰাজ্যৰ ৭১টা বিধানসভা সমষ্টিত নিৰ্ধাৰিত ৪০ হাজাৰতকৈ অ...

September 30, 2024 8:48 PM September 30, 2024 8:48 PM

views 5

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত কুইজ প্রতিযোগিতা

দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰে। পৰিচ্ছন্নতাৰ বিষয়ত ছাত্ৰীসকলক সজাগ-সচেতন কৰি তোলাৰ লগতে নৱপ্ৰজন্মৰ মাজত আকাশবাণীৰ জনপ...

September 30, 2024 8:47 PM September 30, 2024 8:47 PM

views 7

বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা

বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীক অহা মাহত হ’বলগীয়া ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে, কলকাতাৰ পদপথৰ পৰা চলচ্চিত্ৰ জগতৰ উচ্চ শিখৰলৈ অভিনেতাগৰাকীৰ উল্লেখনীয় যাত্ৰাই নৱ-প্ৰজন্ম...

September 30, 2024 8:45 PM September 30, 2024 8:45 PM

views 5

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প কাইলৈ পৰ্যটকৰ বাবে মুকলি

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে কাইলৈ মুকলি কৰা হ'ব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণথলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখন মুকলি কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তো...