October 1, 2024 7:55 PM October 1, 2024 7:55 PM
13
অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ জি পি সিঙৰ শুভেচ্ছা জ্ঞাপন
আজি ৭৪ সংখ্যক অসম আৰক্ষী দিৱস। অসম আৰক্ষী দিৱস উপলক্ষে প্ৰতিগৰাকী আৰক্ষীলৈ সঞ্চালক প্রধান জি পি সিঙে শুভেচ্ছা জ্ঞাপন কৰে। লগতে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে অসম আৰক্ষীয়ে সদায় ৰাইজৰ সৈতে থাকি সহায় কৰি যাব বুলি মন্তব্য কৰে। ১৯৫১ চনৰ এক অক্টোবৰত ভাৰতীয় আৰক্ষী বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বি...