November 28, 2025 12:39 PM November 28, 2025 12:39 PM
12
৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি
গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি পৰিব। মহোৎসৱৰ আজি অন্তিম দিনা ফ্রান্স, ছিংগাপুৰ আৰু থাইলেণ্ডৰ যুটীয়া প্রযোজনাৰে নিৰ্মিত থাই ভাষাৰ চিনেমা এ ইউজফুল ঘোষ্ট প্ৰদৰ্শন কৰা হ'ব। কালি মহোৎসৱৰ কলা একাডেমীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত এ...