আঞ্চলিক সংবাদ

October 9, 2024 7:41 PM October 9, 2024 7:41 PM

views 11

গোৱালপাৰাৰ লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰ স্থাপন কৰি ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ

গোৱালপাৰা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে লেলা গাঁৱত ৩০ ঘন মিটাৰ বায়ু গেছ ক্ষেত্ৰত স্থাপন কৰি গাঁওখনৰ ২১টা পৰিয়ালক বিনামূলীয়াকৈ বায়ু গেছ সংযোগ কৰি দিছে। বিভিন্ন উপায়েৰে প্ৰদূষণ ৰোধ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচ...

October 9, 2024 7:38 PM October 9, 2024 7:38 PM

views 12

অপহৰণ কাণ্ডত জড়িতৰ অভিযোগত ৪ অভিযুক্তক গোৱালপাৰা আৰু কোকৰাঝাৰৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

মহানগৰ আৰক্ষীয়ে অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত চাৰিজন অভিযুক্তক যোৱা নিশা গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৭ ছেপ্তেম্বৰত দুজনকৈ অচিনাকী লোকে গাড়ী ভাড়া কৰাৰ চলেৰে অমিত কুমাৰ সিংহ নামৰ চালক এজনক অপহৰণ কৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলালৈ লৈ গৈছিল। ইত...

October 9, 2024 7:23 PM October 9, 2024 7:23 PM

views 12

গুৱাহাটী মহানগৰীৰ ৪ শতাধিক পূজাথলীত শাৰদীয় পূজা উপলক্ষে উলহ-মালহ পৰিৱেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে...

October 9, 2024 7:15 PM October 9, 2024 7:15 PM

views 8

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈৰ সোণ, অভিনৱ গগৈৰ ৰূপ আৰু ইছাংফা গগৈৰ ব্ৰঞ্জৰ পদক অৰ্জন

হিমাচল প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ সিদ্ধান্ত গগৈয়ে সোণৰ পদকৰ লগতে অভিনৱ গগৈয়ে ৰূপ আৰু ইছাংফা গগৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ছিনিয়ৰ পুৰুষৰ ৬৭ কিলোগ্রাম ওজন শাখাত সিদ্ধান্তই সোণৰ পদক জয় কৰে। আনহাতে যুৱ ল'ৰাৰ ৬৭ কিলোগ্রাম ওজন শাখাত অভিনৱে ৰূপ আৰু ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন...

October 9, 2024 7:13 PM October 9, 2024 7:13 PM

views 11

গোলাঘাট জিলাত আবকাৰী দলৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।

October 9, 2024 7:10 PM October 9, 2024 7:10 PM

views 10

ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে অসম ডাক পৰিমণ্ডলৰ ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুসৰি আজি বিশ্ব ডাক দিৱস, কাইলৈ অন্...

October 9, 2024 7:07 PM October 9, 2024 7:07 PM

views 4

যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ শাৰদীয় দুর্গোৎসৱ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে...

October 9, 2024 6:56 PM October 9, 2024 6:56 PM

views 4

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত আজি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ বাবে আগবঢ়োৱা বিশেষ সাহায্যৰ বিষয়ে আলোচনা কৰা হয়। ৰাজ্যসমূহৰ বিখ্যাত পৰ্যটনস্থলীসমূহ ব...

October 9, 2024 6:52 PM October 9, 2024 6:52 PM

views 7

অহা ১৩ অক্টোবৰত বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা

ৰাজহুৱা শান্তি-শৃংখলা বৰ্তাই ৰখাৰ লক্ষ্যৰে অসম আবকাৰী আইনৰ অধীনত অহা ১৩ অক্টোবৰত বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। বৰপেটা জিলাতো ২৪ ঘণ্টাৰ বাবে সুৰা নিষিদ্ধ কৰা হৈছে। ১৩ অক্টোবৰত পালন কৰিবলগীয়া শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আৰু বিজয়া দশমীৰ বাবে এই নিৰ্দেশনা ২৪ ঘণ্টাৰ বাবে বাহাল থাকিব। এ...

October 9, 2024 6:49 PM October 9, 2024 6:49 PM

views 10

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনা

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।