আঞ্চলিক সংবাদ

December 1, 2025 10:31 AM December 1, 2025 10:31 AM

views 33

আজি বিশ্ব এইডছ দিৱস

● আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্রতি সমবেদনা প্রকাশেৰে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰৰ ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।...

December 1, 2025 10:46 AM December 1, 2025 10:46 AM

views 22

২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

● নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই ১০ দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্রায় দুই দশক পূৰ্বে পৰ...

December 1, 2025 11:21 AM December 1, 2025 11:21 AM

views 18

শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ

■ শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উৎসৱ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শ‍ইকীয়াই মুকলি কৰিব। এই গ্ৰন্থ উৎসৱৰ কাৰ্যসূচীত সাহিত্য ...

November 30, 2025 8:51 PM November 30, 2025 8:51 PM

views 3

সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ সালসলনি

সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১...

November 30, 2025 7:47 PM November 30, 2025 7:47 PM

views 9

আকাশবাণী গুৱাহাটীৰ ৰিক্রিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত সমূহীয়াভাৱে পৰিৱেশন

আকাশবাণী গুৱাহাটীৰ ৰিক্রিয়েচন ক্লাবৰ উদ্যোগত আজি আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত আয়োজিত এটা বর্ণাঢ্য অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত সমূহীয়াভাৱে পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে বহু কেইগৰাকী আমন্ত্রিত শিল্পীয়ে দুয়োগৰাকী শিল্পীৰ গী...

November 30, 2025 7:33 PM November 30, 2025 7:33 PM

views 7

অতুলনীয় কৰ্মৰাজিৰে দেশ তথা সমাজৰ কল্যাণৰ হকে জননেতা ভীমবৰ দেউৰীয়ে আগবঢ়োৱা অৱদানে প্রতিটো প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্রী বিমল বৰাৰ উল্লেখ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ কলৌলোৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ৭৮ সংখ্যক জননেতা ভীমবৰ দেউৰী দিৱস পালন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ প...

November 30, 2025 7:28 PM November 30, 2025 7:28 PM

views 51

শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক গ্রন্থ উন্মোচন

স্বাধীনতা সংগ্ৰামৰ প্ৰথম ছহিদ পিয়লি ফুকনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বাট মুকলি কৰি আজি শিৱসাগৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই ছহিদ পিয়লি ফুকন: দ্যা চন অৱ চইল শীৰ্ষক ইংৰাজী ভাষাত লিখি উলিওৱা গ্রন্থখন উন্মোচন কৰে। শিৱসাগৰ নগৰৰ যুবদল প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন ...

November 30, 2025 7:01 PM November 30, 2025 7:01 PM

views 7

পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

হোজাই জিলাত বিগত কিছুদিন ধৰি সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰৰ দৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ...

November 30, 2025 7:49 PM November 30, 2025 7:49 PM

views 13

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্রতিবেদন দাখিলৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠনৰ প্রতিবাদ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে কালি প্রতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠন প্রতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্রাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পলটনবজাৰত থকা জনজাতীয় জিৰণি চ'ৰাত প্রতিবেদন দাহ কৰি ট্র...

November 30, 2025 12:42 PM November 30, 2025 12:42 PM

views 4

ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ চানডেজ অন চাইকেল শীর্ষক কাৰ্যসূচী

দেশজুৰি চলি থকা ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ সহযোগত কোকৰাঝাৰ প্ৰেছ ক্লাবে চানডেজ অন চাইকেল শীর্ষক পদক্ষেপ আৰম্ভ কৰিছে। এটা স্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে আজি জিলাখনৰ চাইৰ বিশেষ প্...