December 1, 2025 7:01 PM December 1, 2025 7:01 PM
7
নগাঁও জিলাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। সমষ্টিটোৰ ৩৩ হাজাৰ ৬২৫গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয়। ইয়াৰে প্ৰায় ৩২ হাজাৰ মহিলা গ্ৰামাঞ্চলৰ বুলি আমাৰ নগাঁৱৰ সংবাদ...