November 18, 2024 12:17 PM November 18, 2024 12:17 PM
5
অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি ড° সূর্যকান্ত হাজৰিকাৰ মন্তব্য
অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে। কালি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ সভাপতিগৰাকীয়ে এইদৰে কয়। ড° হাজৰিকাই তেওঁৰ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাক এখন...