আঞ্চলিক সংবাদ

November 20, 2024 8:37 PM November 20, 2024 8:37 PM

views 7

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যা

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যাই জনসাধাৰণক জুৰুলা কৰিছে। গুৱাহাটী জল ব'ৰ্ডে নতুন অঞ্চলত পানী সংযোগ দিয়া আৰু পানীৰ পাইপলাইন শক্তিশালী কৰিবলৈ যোৱা ১৫ নৱেম্বৰৰ পৰা দুদিনৰ বাবে পানী যোগান বন্ধ কৰিব বুলি ঘোষণা কৰিছিল যদিও এই কাম এতিয়াও সম্পূৰ্ণ নোহোৱাত মহানগৰীৰ বিস্তীর্ণ অঞ্চলত পাইপযো...

November 20, 2024 8:28 PM November 20, 2024 8:28 PM

views 8

অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন জিলাৰ সদৰত প্রতিবাদী শোভাযাত্রা উলিয়ায় আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা ল'বলৈ চৰকাৰ ওচৰত দাবী জনায়।

November 20, 2024 7:05 PM November 20, 2024 7:05 PM

views 3

দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ আজি সামৰণি

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলাৰ কাকপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি বীৰগৰাকীৰ জীৱনগাঁথাক লৈ প্ৰকাশ কৰা স্মৰণিকা- বীৰ ৰাঘৱ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড০ প্ৰাণজ...

November 20, 2024 5:29 PM November 20, 2024 5:29 PM

views 23

ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটী ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গুৱাহাটী প্রৱেশ পথ ঘাট অর্থাৎ গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে ঘাটটো শীঘ্ৰেই নিৰ্মাণ কৰি জনসাধাৰণৰ সুবিধাৰ বাবে এই ঘাটেৰে নদী পৰিবহন ব্যৱস্থা ম...

November 20, 2024 12:48 PM November 20, 2024 12:48 PM

views 5

হাতীক কোনো ক্ষতি নকৰাকৈ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে যন্ত্ৰ নিৰ্মাণ

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীক কোনো ক্ষতি নকৰাকৈ পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে শিৱসাগৰ জিলাৰ আমিনুদ্দিন আহমেদ নামৰ লোক এজনে এটা যন্ত্ৰ নিৰ্মাণ কৰিছে। ম'বাইল এলিফেণ্ট পুশ্ববেক মেচিন নামৰ এই যন্ত্ৰটো ২০১৭ চনত নিৰ্মাণ কৰা হৈছিল যদিও ভালেমান প্রযুক্তি ব্যৱহাৰৰ ফলত এতিয়া এই যন্ত্ৰটো অধিক কার্য...

November 20, 2024 12:46 PM November 20, 2024 12:46 PM

views 5

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব।

November 20, 2024 12:42 PM November 20, 2024 12:42 PM

views 5

জি এম চি এইছত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা মুকলি মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৩০ কোটি টকা ব্যয়সাপেক্ষে অত্যাধুনিক এম আৰ আই যন্ত্ৰটো স্থাপন কৰা হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ...

November 20, 2024 12:38 PM November 20, 2024 12:38 PM

views 16

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক জি এছ টি আইন সংশোধনী, কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয়, যে মন্ত্ৰীসভাই ৰা...

November 20, 2024 12:31 PM November 20, 2024 12:31 PM

views 8

মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণ

কেন্দ্ৰীয় চৰকাৰে মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত ৰাজ্যখনৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে। আজি ৰাজ্যখনৰ পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত পুৱা ৫ বজাৰ পৰা ১০ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে। অৱশ্যে, এই সময়ছোৱাত ৰাজহুৱা স্থানত সমাৱেশ, ধর্ণা, সমদল আদি অনুমতি দিয়া ...

November 19, 2024 8:42 PM November 19, 2024 8:42 PM

views 14

ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন

ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি বিয়লি দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয়, যে বৰ্তমান ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰস্তুতিৰ কাম চলি আছে আৰু ৩০ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্রকাশ ...