November 26, 2024 12:17 PM November 26, 2024 12:17 PM
3
অসম মহাবিদ্যালয় প্ৰাদেশীকৃত কৰ্মচাৰী নিয়মাৱলী ২০২৪ৰ খচৰা বাতিলৰ দাবী কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাৰ
কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাই অসম মহাবিদ্যালয় প্ৰাদেশীকৃত কৰ্মচাৰী নিয়মাৱলী ২০২৪ৰ খচৰা বাতিল কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে। কটন বিশ্ববিদ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত সংস্থাৰ নেতৃবৃন্দই কয়, যে বৰ্তমানৰ খচৰাখনে গৱেষকসকলৰ পৰিশ্ৰমক অমান্য কৰিছে। গৱেষকসকলক পুনৰ বিষয় বৰ্হিঃভূত পৰীক্ষাত বহি...