আঞ্চলিক সংবাদ

November 30, 2024 12:44 PM November 30, 2024 12:44 PM

views 4

ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্রিকেটত অসমক ৮ উইকেটত পৰাস্ত বিদৰ্ভৰ

বিশাখাপট্টনমত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-ডিৰ এখন খেলত অসমে কালি বিদৰ্ভৰ বিৰুদ্ধে ৮ উইকেটত পৰাজয় বৰণ কৰে। প্ৰথমে বেট ধৰি অসমৰ দলটোৱে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ১২৪ ৰানৰ লক্ষ্য সন্মুখত লৈ বিদৰ্ভৰ দলটোৱে ১৪ অভাৰত দুটা উইকেট হেৰুৱাই এই লক্ষ্য অতিক্ৰম কৰে। কৰুণ ন...

November 30, 2024 12:42 PM November 30, 2024 12:42 PM

views 7

বৰপেটাত বিধানসভা সমষ্টিভিত্তিক আৰু জিলা পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি

বৰপেটা জিলাত গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহৰ সামৰণি পৰাৰ পাছত বিধানসভা সমষ্টি ভিত্তিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ বাবে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনীয় স্তৰৰ এখন পৌৰসভা অনুষ্ঠিত হয়। এই সভাত পৌৰসভা আৰু গাঁও পঞ্চায়ত পৰ...

November 30, 2024 12:40 PM November 30, 2024 12:40 PM

views 18

কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভলপমেণ্ট বেংকৰ ৯ কোটি ৮০ লাখ ডলাৰৰ ঋণ বুজাবুজি চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভলপমেণ্ট বেংকে (ADB) উদ্যান শস্যৰ সৈতে জড়িত খেতিয়কসকলৰ বাবে ৯ কোটি ৮০ লাখ ডলাৰৰ ঋণ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে কৃষকসকলক ৰোগমুক্ত, প্রমাণিত গছ পুলি ৰোপণ সামগ্ৰী প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ উৎপাদকতা, গুণগতমান আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰ...

November 30, 2024 12:39 PM November 30, 2024 12:39 PM

views 6

লখিমপুৰৰ সোৱণশিৰি শাখা কবি সন্মিলনৰ অসমভিত্তিক অনলাইন কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা

লখিমপুৰ জিলা কবি সন্মিলনৰ অন্তৰ্গত সোৱণশিৰি শাখা কবি সন্মিলনে আয়োজন কৰা অসম ভিত্তিক অনলাইন কবিতা প্রতিযোগিতাৰ কালি ফলাফল ঘোষণা কৰা হয়। প্রতিযোগিতাখনত প্ৰথম স্থান লাভ কৰিছে মৈদমীয়া পদ্মানগৰ পথৰ দীপালী বৰুৱা, দ্বিতীয় স্থান লাভ কৰি নগাঁৱৰ বিশ্বজিৎ বৰা আৰু তৃতীয় স্থান লাভ কৰিছে উত্তৰ লখিমপুৰ কলেজৰ ...

November 30, 2024 12:37 PM November 30, 2024 12:37 PM

views 3

কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩.৬০ লাখ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছেঃ কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে বস্ত্র উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩ লাখ ৬০ হাজাৰ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছে। বস্ত্ৰ উদ্যোগৰ সহযোগত এই আঁচন...

November 29, 2024 8:42 PM November 29, 2024 8:42 PM

views 7

অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ দেহাৱসান

আজাৰা নিবাসী অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ আজি বিয়লি হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

November 29, 2024 8:29 PM November 29, 2024 8:29 PM

views 14

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জি...

November 29, 2024 8:27 PM November 29, 2024 8:27 PM

views 20

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ২ দিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দুদিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হয়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্রাকৃত...

November 29, 2024 8:25 PM November 29, 2024 8:25 PM

views 16

নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডৰ গোৱালপাৰাৰ ২০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত অনুবীক্ষণ যন্ত্ৰ সংস্থাপন

নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডে গোৱালপাৰাৰ দুশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত এটা অনুবীক্ষণ যন্ত্ৰ সংস্থাপন কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনৰ সৈতে হোৱা চুক্তি অনুসৰি প্রতিষ্ঠানটোৱে আজি অত্যাধুনিক যন্ত্ৰটো সংস্থাপন কৰে। গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু নৰ্থ ইষ্ট...

November 29, 2024 8:20 PM November 29, 2024 8:20 PM

views 12

পাঠশালাত কামেশ্বৰ দাসৰ জীৱনী গ্ৰন্থ উন্মোচন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাত কামেশ্বৰ দাসৰ এখন জীৱনী গ্ৰন্থ উন্মোচন কৰে। স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে কামেশ্বৰ দাসক অসম ৰত্ন বুলি অভিহিত কৰে। জীৱনী গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে প্রাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।