আঞ্চলিক সংবাদ

December 6, 2024 8:59 PM December 6, 2024 8:59 PM

views 5

তিনিচুকীয়া-ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ অধীনৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সোঁতে ছিঙি নিয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্রায় দুই কিলোম...

December 6, 2024 8:58 PM December 6, 2024 8:58 PM

views 3

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ

বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী স...

December 6, 2024 8:56 PM December 6, 2024 8:56 PM

views 5

ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনিৰ নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সালসলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহ বাগিচা অঞ্চলৰ নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে সাত বজাৰ পৰিৱৰ্তে চাৰে ৮ বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় ১২ বাজি ১৫ মি...

December 6, 2024 8:54 PM December 6, 2024 8:54 PM

views 6

গোলাঘাটৰ সৰুপথাৰত নেপালী সাহিত্য সভাৰ ১৬সংখ্যক ত্রিবার্ষিক অধিৱেশন

গোলাঘাট জিলাৰ সৰুপথাৰত আজিৰে পৰা নেপালী সাহিত্য সভাৰ ১৬সংখ্যক ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বোকাখাত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আয়োজিত অধিৱেশনৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানো অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ লগতে প্রতিনিধি সভা উদ্বোধন কৰা হয়। অধিৱেশনৰ লগত স...

December 6, 2024 12:57 PM December 6, 2024 12:57 PM

views 7

বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ

বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ মল্লযোদ্ধাসকলে এই প্রতিযোগিতাত ভাগ ল'ব। এই প্ৰতিযোগিতাত দেশৰ ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্রহণ কৰিব। সমগ্ৰ দেশৰ ৭০০তকৈও অধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত...

December 6, 2024 12:55 PM December 6, 2024 12:55 PM

views 12

হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণৰ নিৰ্দেশত আৰু হোজাই জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে সেই দিনটোত ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, ৰাজহ সংক্ৰা...

December 6, 2024 12:51 PM December 6, 2024 12:51 PM

views 8

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৪গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে কাইলৈ দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ চাৰিজন বিধায়ক অসম কেবিনেটত অন্তর্ভুক্ত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। নতুন মন...

December 6, 2024 10:53 AM December 6, 2024 10:53 AM

views 9

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা।

December 6, 2024 10:51 AM December 6, 2024 10:51 AM

views 15

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয়, যে ২০২৮ চনৰ ২২ অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। সদনৰ প্রশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল...

December 6, 2024 10:48 AM December 6, 2024 10:48 AM

views 12

বাদুংদুপ্পা কলা কেন্দ্রত পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪

বাদুংদুপ্পা কলা কেন্দ্রই পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪-ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলাৰী ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।