December 8, 2024 11:23 AM December 8, 2024 11:23 AM
8
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া পলাশবাৰী-শুৱালকুছি চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন
পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰা হ'ব। শুৱালকুছিৰ বাথান পামত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ ...