আঞ্চলিক সংবাদ

December 16, 2024 8:35 PM December 16, 2024 8:35 PM

views 4

গুৱাহাটী মহানগৰীত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি

গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমজিলা কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি কৰা হয়। অহা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত ৰাইজে যানবাহনৰ অনুজ্ঞাপত্ৰ, কৰ পৰিশোধ, নথিপত্ৰৰ সকলো কামকাজ সমজিলাৰ কাৰ্যালয়ত কৰিব পাৰিব। ৰাইজৰ অসুবিধ...

December 16, 2024 8:31 PM December 16, 2024 8:31 PM

views 10

অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে : মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস

গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি ২৭খন ৰাজ্যৰ ২৩৮ খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ...

December 16, 2024 8:19 PM December 16, 2024 8:19 PM

views 5

অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত চিবিআইৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫খন অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫ খন অভিযোগনামা দাখিল কৰিছে। ১৬ গৰাকী ব্যক্তি আৰু দুটা সংস্থাকে ধৰি মুঠ ১৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লী চি বি আইয়েও এই গোচৰ সংক্ৰান্তত চাৰি...

December 16, 2024 8:15 PM December 16, 2024 8:15 PM

views 8

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ভূটানৰ থিম্বুত উপস্থিত

ভূটানত তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি ভূটানৰ ৰাজধানী থিম্বুত উপস্থিত হৈছেগৈ। থিঙ্কু বিমান বন্দৰত মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ আমন্ত্রণমৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দ...

December 16, 2024 7:56 PM December 16, 2024 7:56 PM

views 10

ভাৰত-বাংলাদেশৰ সেনাবাহিনীৰ ৫৩ সংখ্যক বিজয় দিৱস উদযাপন

১৯৭১ চনৰ মুক্তিযুদ্ধৰ ৫৩ সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়োগে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আজি ত্ৰিপুৰাৰ আগৰতলা আখৌৰা সীমান্তত উভয় দ...

December 16, 2024 12:53 PM December 16, 2024 12:53 PM

views 2

অৰুণদয় আঁচনিৰ সুবিধা লাভৰ বাবে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ প্ৰয়োজন হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব । কালি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প...

December 16, 2024 12:51 PM December 16, 2024 12:51 PM

views 4

গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰত নাট মহোৎসৱ আৰম্ভ, আজি মঞ্চস্থ হ’ব ‘কিষাণ ৰাজ’

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱত আজি তামিল ভাষাৰ নাট তিনধান চৰ্থীৰাম আৰু দিনৰ আঢ়ৈ বজাত কিষাণ ৰাজ নামৰ নাটখন মঞ্চস্থ কৰা হ'ব। বিশিষ্ট চিত্রশিল্পী ৰবিৰাম ব্ৰহ্মই কালি পুৱা এই নাট সমাৰোহৰ শুভাৰম্ভ কৰে। কালি পুৱাৰ ভাগত দদান ৰজা ন...

December 16, 2024 12:49 PM December 16, 2024 12:49 PM

views 6

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চাংসাৰিৰ এইমছ পৰিদৰ্শন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কালি চাংসাৰিৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এইমছৰ আয়ুষ চিকিৎসালয়ত উপস্থিত হৈ কৰ্মচাৰী, বিষয়ববীয়া তথা চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক ...

December 16, 2024 12:46 PM December 16, 2024 12:46 PM

views 8

গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ কাৰ্নভেল উৎসৱ আৰম্ভ

ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত গুৱাহাটীৰ লাচিত ঘাটত কালি আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল উৎসৱ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে। মন্ত্ৰী শ্ৰীদাসে এই উৎসৱৰ শুভাৰম্ভ কৰি কয়, যে মহাবাহু ব্ৰহ্মপুত্ৰ অবিহনে অসমৰ সভ্যতা, সংস্কৃতি আধৰুৱা বুলি ক'ব পাৰি। ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত আয়োজিত এই শীতকালী...

December 16, 2024 12:45 PM December 16, 2024 12:45 PM

views 8

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৩ বছৰীয়া জয়ন্তীত তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৩ বছৰীয়া জয়ন্তী উপলক্ষে কালি তেজপুৰৰ কেইবাটাও অনুষ্ঠানে সাহিত্যিকগৰাকীক বিশেষভাৱে স্মৰণ কৰে। তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, লেখিকা সমাৰোহ সমিতি আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।