আঞ্চলিক সংবাদ

January 26, 2025 6:51 PM

views 12

আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ আহ্বান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যত শান্তিৰ নিজৰা ব'বলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত...

January 26, 2025 6:43 PM

views 17

ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছেঃ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কয়, যে ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপা...

January 26, 2025 12:09 PM

views 33

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া ৬ বজাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রীয়ে অংশগ্রহণ ...

January 26, 2025 11:51 AM

views 18

সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৯৩ গৰাকী জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কালি সশস্ত্র বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৯৩ গৰাকী জোৱানক সাহসিকতা বঁটা আগবঢ়ায়। ইয়াৰ ভিতৰত এঘাৰগৰাকীক মৰনোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। বঁটা লাভ কৰাসকলৰ ভিতৰত ১৪ গৰাকী শৌৰ্য্য চক্র, এগৰাকীক সাহসিকতাৰ সেনা পদক, ৬৬...

January 26, 2025 11:41 AM

views 34

অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাত নিৰীক্ষণ কমিটি গঠন কৰিছে

অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু শিক্ষা বিভাগৰ সৈতে জড়িত ব্যক্তিক লৈ জিলা পৰ্যায়ত একোখন নিৰীক্ষণ কমিটি গঠন কৰিছে। ইয়াৰ দ্বাৰা পৰীক্ষা পৰিচালনাৰ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ বিচৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ...

January 26, 2025 11:31 AM

views 29

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান

ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ আজি পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। ১৯৭১ চনত অৰণ্য ছবিৰে ছবি পৰিচালনাত হাত দিয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ প্ৰথমখন ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰে...

January 26, 2025 11:18 AM

views 20

ৰাজ্যৰ ১০ গৰাকী উদ্যমীৰ দিল্লীত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ সুযোগ

ৰাজ্যৰ ১০ গৰাকী উদ্যমীয়ে দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এই উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁ...

January 26, 2025 11:06 AM

views 30

ৰাজ্যৰ যশস্বী নৃত্য শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মা

ৰাজ্যৰ যশস্বী নৃত্য শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাচাও জিলাৰ প্ৰবীন লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেবকান্ত মহন্তলৈ এই ব...

January 25, 2025 8:07 PM

views 39

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। ...

January 25, 2025 8:04 PM

views 16

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে দেশৰ বহুকেইগৰাকী আৰক্ষী বিষয়া তথা জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াৰ লগতে উল্লেখনীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।