আঞ্চলিক সংবাদ

January 22, 2026 7:44 PM

views 10

চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অহা ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ দশম মিছিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে ৬০০ বিঘা ভূমি সামৰি প্রস্তুতি প্রায় অন্তিম পর্য্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও ব...

January 22, 2026 7:42 PM

views 14

বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল সম্বোধন

কেন্দ্রীয় ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটত বিকশিত ভাৰত জি ৰামজী আইন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। এই আইনে শ্রমিকসকলক পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ নিয়োগ নিশ্চিতি প্রদান কৰিব। নতুন আইনখনৰ অধীনত খেতিৰ বতৰত কৃষি কাৰ্য্যকো সাঙুৰি লোৱা হ'ব আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমগ্ৰ প্ৰক্ৰিয়াটো ...

January 22, 2026 7:39 PM

views 12

শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত ৰবিজিৎ চৌধুৰীৰ সোঁৱৰণত এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত

শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত আজি সাংবাদিক, সমাজকর্মী ৰবিজিৎ চৌধুৰীৰ সোঁৱৰণত এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনিটা ভাষা নীতি: পৰৱৰ্তী পদক্ষেপ শীর্ষক বিষয়বস্তুৰে অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ উপাচার...

January 22, 2026 7:37 PM

views 10

বাক্সাত অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ অঞ্চলীত আজি ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক পুঁজিৰ ৯ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে এই সভাগৃহ নিৰ্মাণ কৰা হ'ব। পর্যায়ক্রমে নিৰ্মাণ কৰিবলগীয়া এই সভাগৃহৰ তলত বজাৰ বহাৰ ব্যৱস্থা থাকিব বুলি বিধায়কগৰাকীয়ে উ...

January 22, 2026 7:34 PM

views 10

নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা ৫ জন চাইবাৰ অপৰাধীক আটক মৰিগাঁও আৰক্ষীৰ

মৰিগাঁও আৰক্ষীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানত যোৱা নিশা অভিযান চলাই ৫ জন চাইবাৰ অপৰাধীক আটক কৰে। আৰক্ষীৰ দলে মৈৰাবাৰীৰ পৰা আজহাৰুল ইছলাম, বাহৰুল ইছলাম, ধিঙৰ পৰা মামুদ হাছান, ৰাকিবুৰ ৰহমান আৰু লাহৰীঘাটৰ পৰা ৰিয়ানুদ জামান নামৰ চাইবাৰ প্ৰৱঞ্চক কেইজনক আটক কৰে। আৰক্ষীয়ে অপৰাধী চক্ৰটোৰ ৭টা মোবাই...

January 22, 2026 7:31 PM

views 12

কাইলৈৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া মানাহ মহোৎসৱৰ প্রস্তুতি সম্পূর্ণ

বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পর্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ কাইলৈৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া মানাহ মহোৎসৱৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্রাংগণত হ'বলগীয়া এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস...

January 22, 2026 7:30 PM

views 17

ৰাজ্যৰ বিভিন্ন জিলাত সমাগত গণৰাজ্য দিৱসৰ প্ৰস্তুতি

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচ কাৱাজৰ অনুশীলন কৰি থকা হৈছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেব বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচ কাৱাজৰ অনুশীলন আৰম্ভ হৈছে। আজি জিলাখনৰ ৭ খন বিদ্য...

January 22, 2026 7:22 PM

views 17

আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা অনুষ্ঠিত

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানেৰে এই মেলা আৰম্ভ হয়। গোভা ৰজা দীপসিং দেওৰজাই বন্তি প্রজ্বলনেৰে মেলাৰ শুভাৰম্ভ কৰে। মেলাথলীত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিত...

January 22, 2026 7:20 PM

views 23

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধিৰ দলে আজি পুৱা জিলাখনৰ আশ্রয় শিৱিৰসমূহ পৰিদৰ্শন কৰি শিৱিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কার্যবাহী সদস্য আছিল। জিলাখনত স...

January 22, 2026 6:59 PM

views 19

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দর্ভত আজি শুনানি গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি অনুষ্ঠিত হয়। শুনানিকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰ কৰাৰ বাবে অভিযুক্ত দুজনৰ অধিবক্তাই আদালতৰ অনুমতি বিচাৰে। অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।