আঞ্চলিক সংবাদ

December 22, 2025 1:18 PM

views 25

বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বটদ্ৰৱা থান পৰিদৰ্শন কৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয় যে গু...

December 22, 2025 1:17 PM

views 22

মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত কামৰূপ জিলাত বিশ্বাস যাত্ৰা

মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আজি কামৰূপ জিলাত বিশ্বাস যাত্ৰা উলিওৱা হয়। কামৰূপ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা বিশ্বাস যাত্ৰাৰ কাৰ্যসূচী জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই উদ্বোধন কৰে। অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আ...

December 22, 2025 1:16 PM

views 10

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰ সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধর্মীয় লোকসকলক নির্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প...

December 22, 2025 1:13 PM

views 15

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত চতুর্থ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত চতুর্থ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা ২০২৫-২৬ অনুষ্ঠিত হৈছে। এই বাণিজ্য মেলাত আফগানিস্তান, থাইলেণ্ড, ডুবাইকে ধৰি দেশ-বিদেশৰ ১৫০ খনতকৈ অধিক প্রতিষ্ঠানে অংশগ্রহণ কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগীসকলক শক্তিশালী কৰি ক...

December 22, 2025 1:11 PM

views 16

ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰ আহ্বান

ৰাজ্যৰ চৰকাৰী, স্বীকৃতিপ্রাপ্ত অথবা প্রাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন প...

December 22, 2025 12:19 PM

views 20

বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ

বাংলাদেশত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ মাজতে কালিৰে পৰা চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত চট্টগ্রাম কেন্দ্ৰৰ পৰা সকলো ধ...

December 22, 2025 12:13 PM

views 17

লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত বিনিয়োগৰ কেইবাটাও প্ৰস্তাৱৰ পৰ্যালোচনা কৰা হয়। ড০ শৰ্মাই লগতে বিনিয়োগকাৰীসকলৰ প্ৰস্তাৱসমূহ যাতে খৰতকীয়াকৈ বাস্তবায়িত হোৱাৰ দিশত আগবাঢ়ে তাৰ বাবে বিনিয়োগকাৰীসকলৰ সমস্...

December 22, 2025 12:11 PM

views 17

পশ্চিম কাৰ্বি আংলং জিলাত ৩,২০০টা পৰিয়ালক ভূমি পট্টা বিতৰণ

পশ্চিম কাৰ্বি আংলং জিলাত কালি তিনি হাজাৰ ২০০টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা পুথিমি আকেমাং আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পৰিয়ালসমূহক ভূমিপট্টা বিতৰণ কৰে। এই আঁচন...

December 22, 2025 12:10 PM

views 121

অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰিব গৃহমন্ত্রী অমিত শ্বাহে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে নির্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্রকল্প গৃহমন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত উদ্বোধন কৰিব। নিৰ্মাণকাৰ্য প্ৰায় সম্পূর্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। উল্লেখয...

December 22, 2025 12:08 PM

views 38

মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ

বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ'ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।