আঞ্চলিক সংবাদ

December 10, 2025 9:02 PM December 10, 2025 9:02 PM

views 6

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্বোহম এম্পৰিয়াত অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিত থকা শ্বোহম এম্পৰিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত যোৱা নিশা সংঘটিত অগ্নিকাণ্ড বর্তমান নিয়ন্ত্ৰণলৈ অহা বুলি অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ-সঞ্চালক নন্দ সিঙে আজি প্ৰকাশ কৰিছে । ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা নিশা ১২ বজাৰ পৰা আজি প...

December 10, 2025 7:52 PM December 10, 2025 7:52 PM

views 52

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃত...

December 10, 2025 7:51 PM December 10, 2025 7:51 PM

views 10

ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ...

December 10, 2025 7:49 PM December 10, 2025 7:49 PM

views 8

শ্বহীদ দিৱসত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্রহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ ...

December 10, 2025 12:02 PM December 10, 2025 12:02 PM

views 9

গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সহযোগত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপন বিষয়বস্তুৰে দেশপ্রেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনা...

December 10, 2025 11:44 AM December 10, 2025 11:44 AM

views 24

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত কালি গুৱাহাটীত অনুষ্ঠিত এখন চিন্তন বৈঠকত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ নেতা বসন্ত গগৈয়ে কয়, যে এই প্রতিবেদনত টাই- আহোম জনগোষ্ঠীক অনুসূচীত জনজাত...

December 10, 2025 11:40 AM December 10, 2025 11:40 AM

views 21

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত২০২৫-২৬ বৰ্ষৰ বাবে ৩ লাখৰো অধিক হিতাধিকাৰীক মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ’ব

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰী পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী ময়দানত উদ্বোধন কৰে। ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপ...

December 10, 2025 11:32 AM December 10, 2025 11:32 AM

views 15

ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি এটা নির্দেশ যোগে এই নিযুক্তি প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স...

December 10, 2025 11:28 AM December 10, 2025 11:28 AM

views 44

গুৱাহাটী মহানগৰীৰ এ বি চিৰ সোহম এম্পৰিয়াত সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি

গুৱাহাটী মহানগৰীৰ এ বি চিৰ সোহম এম্পৰিয়াত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়। অট্টালিকাটোৰ প্ৰথম মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত প্ৰায় ছটাকৈ মহলা জুইয়ে ছানি ধৰে। পুৱা পৰ্যন্ত অগ্নি নির্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে জুই নুমুওৱাৰ চেষ্টা কৰি আছে যদিও সম্পূর্ণৰূপে অগ্নি নির্বাপন কৰিবল...

December 10, 2025 11:24 AM December 10, 2025 11:24 AM

views 16

এম জি এনৰেগাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রালয়ে অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ এম জি এনৰেগাৰ অধীনত ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি কৰিছে। ইয়াৰে এহেজাৰ ৫০৮ কোটি ৪০ লাখ টকা অসমলৈ আৰু ৯১৭ কোটিৰো অধিক টকা মণিপুৰলৈ আগবঢ়োৱা হৈছে। অনুৰূপ ধৰণে বাকী ৰাজ্য কেইখনৰ মাজত কিছু কম বেছিকৈ এই ধনৰাশি বিতৰণ কৰা...