আঞ্চলিক সংবাদ

December 23, 2025 7:40 PM

views 62

ৰাজ্য চৰকাৰৰ শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’ৰ্টেল মুকলি

অসম শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প'ৰ্টেল মুকলি কৰিছে। শাৰীৰিক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আর্থিক সমস্যাৰ সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। ১৮ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পীসকলে এই...

December 23, 2025 7:39 PM

views 12

কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কাইলৈ দুপৰীয়া ২ বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মহোৎসৱ কাৰ্যসূচী আৰম্ভ হ'ব। উল্লেখযোগ্য যে মধুপ...

December 23, 2025 7:37 PM

views 7

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যৱেক্ষণৰ বাবে সদৌ অসম উকীল সন্থাৰ বিশেষজ্ঞ সমিতি গঠন

সদৌ অসম উকীল সন্থাই ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদস্য উকীল সন্থাৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে নিজাববীয়াকৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই বিশেষজ্ঞ সমিতিখনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ফৌজদাৰী গোচৰৰ লগতে প্ৰৱৰ্তক সঞ্চালকালয়ৰ গোচৰ আৰু গুৱ...

December 23, 2025 7:35 PM

views 17

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ, আৰক্ষীৰ গুলীত আহত কেইবাজনো লোক

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ৫ জনতকৈ অধিক লোকৰ সমাবেশ নিষিদ্ধ কৰা সত্বেও আজি ডংকামোকামৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই আহি আৰক্...

December 23, 2025 7:33 PM

views 20

কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ১৪ দিনীয়াকৈ হ’বলগীয়া গ্রন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰক...

December 23, 2025 7:31 PM

views 8

শিলচৰৰ বিলপাৰৰ সিংগিৰখালৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ

শিলচৰত আজি আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিলপাৰৰ সিংগিৰখালৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এই দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মুঠ ৪ কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষ এই দলংখন সম্পূর্ণ হ’লে যান-বাহন চলাচলত গুৰুত্বপূর্ণ ভূমিকা গ্ৰ...

December 23, 2025 1:27 PM

views 10

বৰপেটাৰ চেঙাত ঘন কুঁৱলীৰ বাবে হোৱা পথ দুৰ্ঘটনাত মটৰচাইকেল আৰোহীৰ মৃত্যু; বোকাজানৰ শুকানজানত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু

বৰপেটা জিলাৰ চেঙাত ঘন কুঁৱলীৰ বাবে হোৱা এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ মৃত্যু হয়। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বৰমাৰা গাঁৱৰ নুৰ মহম্মদ নামৰ মটৰ চাইকেল আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত ...

December 23, 2025 1:26 PM

views 45

ৰাজ্য চৰকাৰৰ শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি

অসমৰ শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি কৰিছে। শাৰিৰীক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আর্থিক সমস্যা সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। ১৮ৰ পৰা ৭০ বছ বয়সৰ শিল্পীসকলে এই ...

December 23, 2025 1:23 PM

views 13

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩ বাজি ৫ মিনিটৰ বিশেষ প্রাসংগিক অনুষ্ঠানত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে সাক্ষাৎকাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ তামুলপুৰ জিলাৰ সংবাদদাতা নয়নজ্যোত...

December 23, 2025 11:50 AM

views 29

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি সীমান্ত অঞ্চলসমূহত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহৰ বিশেষ সতর্কতা জাৰি

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহে দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে প্রতিবেশী ৰাষ্ট্ৰখনৰ সুৰক্ষা সংস্থাসমূহ দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ থকাৰ সুযোগ লৈ একাংশ মৌলবাদী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।