February 25, 2025 7:59 PM
18
অশোক কুমাৰ দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ
বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে হত্যাৰ অপৰাধত আজি অশোক কুমাৰ দাস নামৰ এজন লোকক ১০ হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্ত ছমাহ সশ্ৰম কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায়ত উল্লেখ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ পালাংদিহাতীৰ বাসিন্দা দাসে ২০১৭ চনৰ ...