আঞ্চলিক সংবাদ

March 18, 2025 12:17 PM

views 19

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত যোৱা নিশা হোৱা ধুমুহাৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ এই ধুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰে । জিলাখনৰ টেঙাখাত, বৰবৰুৱা, লাহোৱাল, বকুল, জোকাই আদি অঞ্চলটো ধুমুহাই বহুলোকৰ ঘৰদুৱাৰৰ ক্ষতি হোৱা বুলি আমাৰ সংসাদ...

March 18, 2025 12:13 PM

views 49

বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ প্ৰয়াস ৰাজ্য চৰকাৰৰ

বৰপেটাৰ হোলী গীতৰ সমূহীয়া পৰিৱেশনৰ জৰিয়তে অভিলেখ গঢ়িবলৈ চৰকাৰে প্ৰয়াস কৰিব। ফে'চবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে গুৰু দুজনাৰ পৱিত্ৰ স্পৰ্শৰে এতিয়াও পাটবাউসী, দামোদৰদেৱ আৰু বৰপেটা সত্ৰ তথা বৰদোৱা থান জীপাল হৈ আছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰম...

March 18, 2025 12:11 PM

views 13

প্রখ্যাত ডি আই কালাৰিষ্ট সুজীত বৰাৰ দেহাৱসান

প্রখ্যাত ডি আই কালাৰিষ্ট তথা অনলাইন গ্রাফিক ডিজাইনাৰ সুজীত বৰাৰ কালি মুম্বাইৰ ভক্তি বেদান্ত চিকিৎসালয়ত দেহাৱসান ঘটে। ভি চি পি মায়'পেথি নামৰ বিৰল অৱক্ষয়ীজিনিয় ৰোগত আক্ৰান্ত প্ৰয়াত বৰাই শতাধিক হিন্দী, মাৰাঠী আৰু অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবাখনো ধাৰাবাহিকত কৰা কামৰ বাবে সুখ্যাতি অৰ্জন কৰিছিল। তিনি...

March 18, 2025 12:09 PM

views 46

লোক সংস্কৃতিৰ সাধক, সমাজকর্মী লোকনাথ কুটুমৰ দেহাৱসান

লোক সংস্কৃতিৰ সাধক, সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সমিতিৰ প্ৰাক্তন সভাপতি লোকনাথ কুটুমৰ কালি নিশা মাজুলী জিলা চিকিৎসালয়ত মৃত্যু হয়। মাজুলীৰ চুমৈমাৰী গাঁও নিবাসী সমাজকর্মীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ। কুটুমৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপ...

March 17, 2025 7:57 PM

views 41

মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত আজি ৰাজ্যসভাত আলোচনা

বর্তমান ৰাষ্ট্ৰপতি শাসনত থকা মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কত আজি ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হয়। উচ্চ সদনে আজি মণিপুৰ বিনিয়োজন বিধেয়ক ২০২৫ আৰু ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ লেখানুদান প্ৰস্তাৱ সম্পৰ্কত আলোচনা কৰে। এই সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ শক্তি সিং গহিলে ৰাজনৈতিক মতানৈক্য দূৰ কৰি মণিপু...

March 17, 2025 7:35 PM

views 41

অহা মে’ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা

অহা মে'ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূর্বে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে অহা জুনত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত...

March 17, 2025 7:33 PM

views 13

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্রক্রিয়া পুনৰ মুকলি

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্রক্রিয়া পুনৰ মুকলি কৰে। সমগ্ৰ শিক্ষা অসমৰ কাহিলীপাৰা কাৰ্যালয়ত শিক্ষামন্ত্ৰীগৰাকীয়ে বদলিকৰণৰ বাবে পোৰ্টেলটো মুকলি কৰে। সেই অনুসৰি প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ইচ্ছুক শিক্ষক-শিক্ষয়িত্ৰীয়ে hrmsassam.in পোৰ্টে...

March 17, 2025 7:31 PM

views 30

মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ মুখ্যমন্ত্রীৰ পর্যালোচনা বৈঠক

ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন পর্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকত সক্ৰিয় আৰু উৎসাহী কর্মশক্তি নিশ্চিত কৰাৰ বাবে শিক্ষকসকলৰ নিযুক্তি আৰু পাৰিশ্ৰম সম্পৰ্কত আলোচনা কৰা হয়। এই বৈঠকত শৈক্ষিক আন্তঃগাঁথনি, অনুকূল শিক্ষা পৰিবেশ ...

March 17, 2025 7:29 PM

views 24

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক নিৰ্দেশ

গুৱাহাটী মহানগৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অবাধে চলি থকা পাহাৰ খনন আৰু কৃত্ৰিম বান ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই বিষয়ে তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ ইক' ডেভলপমেণ্ট ছ'চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে...

March 17, 2025 7:26 PM

views 38

কাঠমাণ্ডুত হ’বলগীয়া দক্ষিণ এছীয় মিত্ৰজোঁটৰ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ বিবেক দাসৰ

বিশ্বনাথৰ কৃষক নেতা বিবেক দাসে দৰিদ্ৰতা দূৰীকৰণৰ বাবে দক্ষিণ এছীয় মিত্ৰজোঁটৰ নেপালৰ কাঠমাণ্ডুত হ'বলগীয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে। অহা ২০ আৰু ২১ মাৰ্চত হ'বলগীয়া এই অনুষ্ঠানত শ্রীদাসে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত দক্ষিণ এছিয়াৰ চাহ উৎ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।