আঞ্চলিক সংবাদ

February 22, 2025 12:32 PM February 22, 2025 12:32 PM

views 13

শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত ৰাজ্যপালৰ গুৰুত্ব আৰোপ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই ৰাজ্যখনক উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয়, যে সমাজখনক উৎকৰ্ষতাৰ দ...

February 22, 2025 12:25 PM February 22, 2025 12:25 PM

views 7

এপ্ৰিল মাহৰ পৰা টোল মাচুল পুনৰ বৃদ্ধিৰ সিদ্ধান্ত

এপ্ৰিল মাহৰ পৰা টোল মাচুল পুনৰ বৃদ্ধি পাব। কেন্দ্ৰীয় পথ, পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রনালয়ে ইতিমধ্যে প্রয়োজনীয় টোকা প্ৰস্তুত কৰি উলিয়াইছে। সেই অনুসৰি ৫ৰ পৰা ১৫ শতাংশ পর্যন্ত টোল মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখযোগ্য যে, যোৱা বছৰ ৩ জুনৰ পৰা টোল মাচুল বৃদ্ধি কৰা হৈছিল। ইফালে ৰাজ্যখন...

February 22, 2025 12:22 PM February 22, 2025 12:22 PM

views 20

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাৰ চলিত বাজেট অধিৱেশনত কালি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই কথা জানিবলৈ দিয়ে। সদনত ৰাজহ বিভাগৰ পৰিপূৰক দাবী মঞ্জুৰী কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত...

February 22, 2025 12:19 PM February 22, 2025 12:19 PM

views 7

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিভিন্ন স্থানত থকা দলীয় কার্যালয়ত দলীয় নেতা-কর্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি প্ৰতিবাদী সমদলো উলিয়াই। গুৱাহাটীৰ ৰাজীৱ ভৱনত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ...

February 22, 2025 12:14 PM February 22, 2025 12:14 PM

views 16

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রস্তুতি অব্যাহত

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রণেৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ পৰ্যটন, কৃষি, ছে...

February 22, 2025 11:33 AM February 22, 2025 11:33 AM

views 7

পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য উদযাপনৰ উদ্দেশ্যে হ'বলগীয়া ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান উপভোগ কৰাৰ বাবে গুৱাহাটীলৈ আহিব। সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীতো ভাগ ল'ব। প্রধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ...

February 21, 2025 7:31 PM February 21, 2025 7:31 PM

views 11

চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয়, অসম পর্যটন বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰহিলৈ চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতা ২১ কিলোমি...

February 21, 2025 7:30 PM February 21, 2025 7:30 PM

views 9

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ সামৰণি

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত উদ্যানশস্যৰ নাৰ্ছাৰী ব্যৱস্থাপনা আৰু মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে। মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও উদ্যমী কৃষকে অংশগ্ৰহণ কৰে। জিলা কৃষি বিজ্ঞান কেন্দ...

February 21, 2025 7:28 PM February 21, 2025 7:28 PM

views 13

ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত চৰাইদেউত জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি বিনিয়োগ আন্তগাথনি শীর্ষ সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অধীনৰ সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীক বিভাগীয় বিষয়াসকলে নিজ নিজ বিভাগৰ অন্...

February 21, 2025 7:23 PM February 21, 2025 7:23 PM

views 5

প্ৰয়াগৰাজৰ ত্রিবেণী সংগমত পৰিয়ালসহ মুখ্যমন্ত্রীৰ পবিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ উপলক্ষে আজি ত্রিবেণী সংগমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সৈতে পবিত্ৰ স্নান কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড° শৰ্মাই কয় যে ত্রিবেণী সংগম কেৱল নদীৰ সংগম নহয়, ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এটা সমন্বয়। এই পবিত্র স...