আঞ্চলিক সংবাদ

January 23, 2026 11:40 AM

views 28

জাগীৰোডৰ জোনবিলৰ পাৰত ৩ দিনীয়াকৈ জোনবিল মেলা

● জাগীৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। তেওঁলোকে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ ...

January 23, 2026 4:31 PM

views 22

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হা...

January 23, 2026 4:13 PM

views 14

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

■ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য স...

January 23, 2026 4:27 PM

views 12

ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন

ৰঙিয়াৰ মৃত্যুঞ্জয় শিৱমন্দিৰৰ ২৫ বছৰ পূর্তি উপলক্ষে আজিৰে পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হৈছে। বৃহত্তৰ ৰঙিয়াৰ সনাতন ধৰ্মী লোকসকলৰ উপাসনাৰ অন্যতম কেন্দ্ৰস্থল এই শিৱমন্দিৰ প্ৰাংগণত আজি পুৱাৰ ভাগত সামূহিক চাফাই অভিযান, বেদধবনি...

January 23, 2026 2:10 PM

views 13

পানীখাইটীত দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ পানীখাইটীস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্রতিষ্ঠান চৌহদত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এটা বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্য...

January 22, 2026 8:06 PM

views 15

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা-অর্চনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সিদ্ধিদাতা গণেশৰ পূজা-অর্চনা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰা, গণেশগুৰি, লতাশিলৰ গণেশ মন্দিৰৰ উপৰি আগিয়াঠুৰিৰ গণেশ মন্দিৰতো বহু লোকে গণেশ দেবতাৰ পূজা কৰিছে। গুৱাহাটী মহানগৰীত মন্দিৰসমূহত পুৱাৰেপৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ নৱ-দিহিৰ...

January 22, 2026 8:03 PM

views 12

অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্য্য নির্বাহক সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্য্য নির্বাহক সভা অনুষ্ঠিত হয়। সভাত আসন্ন বিধানসভা নির্বাচনৰ লগতে দলৰ বিভিন্ন পৰ্য্যায়ৰ সাংগঠনিক বিষয় লৈ আলোচনা কৰা হয়। সভা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অতুল বৰাই কয়, যে দলটো শিপাৰ সন...

January 22, 2026 8:00 PM

views 8

চিৰাং জিলাত ২৪,৬৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

চিৰাং জিলাৰ চিদলী-চিৰাং বিধানসভা সমষ্টিৰ ২৪ হাজাৰ ৬৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হয়। জিলাখনৰ সুভাইঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অভিযানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী আৰু মন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্...

January 22, 2026 7:47 PM

views 11

ভ্রাম্যমান স্ট্রোক গোটৰ স্ট্রোকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা

অসমত ভাৰতীয় চিকিৎসা গবেষণা পৰিষদৰ পৰা লাভ কৰা ভ্রাম্যমান স্ট্রোক গোটে স্ট্রোকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই উদ্যমৰ ফলত চিকিৎসাৰ সময় ২৪ ঘণ্টাৰ পৰা দুঘণ্টালৈ হ্রাস পাইছে আৰু স্ট্রোকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এক তৃতীয়াংশ হ্রাস পাইছে। একেদৰে স্ট্রোকত পৰি হোৱা বিকলাংগতা ৮ গুণ হ্...

January 22, 2026 7:46 PM

views 21

শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন

শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন বাতিল কৰা হৈছে বুলি উদযাপন সমিতি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।