February 26, 2025 7:52 PM February 26, 2025 7:52 PM
8
এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে বিভিন্ন জিলাত প্রশাসনৰ কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ
এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজিও বিভিন্ন জিলাত প্রশাসনে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। গোলাঘাট জিলাত আজি প্ৰশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ'ব। আজি ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ ক...