আঞ্চলিক সংবাদ

March 5, 2025 12:49 PM March 5, 2025 12:49 PM

views 5

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। কামৰূপ জিলাত আজি দ্বিতীয় দিনা এহেজাৰ...

March 5, 2025 12:48 PM March 5, 2025 12:48 PM

views 4

অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে অহা ৮ মাৰ্চত ৰাজ্যৰ বিভিন্ন অংশত লোক আদালতৰ আয়োজন কৰা হৈছে। সেইদিনা ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আদালত চৌহদত লোক আদালত অনুষ্ঠিত কৰা হ'ব। অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত সৰু-সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, বুজাবুজি আৰু স...

March 5, 2025 12:47 PM March 5, 2025 12:47 PM

views 7

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি, ডিপ্লোমা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন জমা দিয়া অন্তিম তাৰিখ ৩০ এপ্ৰ...

March 5, 2025 12:37 PM March 5, 2025 12:37 PM

views 3

বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে অশ্বিনী বৈষ্ণৱৰ বৈঠক

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত স্বচ্ছ প্রযুক্তি, প্ৰতিৰক্ষা আৰু বৈদ্যুতিন বিষয়কে ধৰি অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয়। শ...

March 5, 2025 12:11 PM March 5, 2025 12:11 PM

views 14

আজি মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰাছিগা বিহু উদযাপন

মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰাছিগা বিহু আজি জনগোষ্ঠীটো বসতিপ্রধান বিভিন্ন অঞ্চলত উদযাপন কৰা হ'ব। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলমগাঁৱত আজিৰেপৰা তিনিদিনীয়াকৈ এই উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকর্তা, মাতৃ, পৃথ...

March 5, 2025 12:10 PM March 5, 2025 12:10 PM

views 2

ড° শুভ্রকিংকৰ গোস্বামীলৈ ভাৰতীয় চিকিৎসা সন্থাৰ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা

ভাৰতীয় চিকিৎসা সন্থাই ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক তথা চকুৰোগ বিশেষজ্ঞ ড° শুভ্রকিংকৰ গোস্বামীলৈ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা আগবঢ়াইছে। অহা ৭ আৰু ৮ মাৰ্চত শিলচৰত হ'বলগীয়া সন্থাৰ দ্বিবার্ষিক অধিৱেশনত ডাঃ গোস্বামীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। শেহতীয়াকৈ প্রকাশিত উপন্যাস ‘নীল নক্ষত্ৰৰ স...

March 5, 2025 12:08 PM March 5, 2025 12:08 PM

views 5

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ তদন্ত আৰম্ভ

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত সেউজ ন্যায়াধীকৰণে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰি ৪ সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে চোৰাং চ...

March 5, 2025 12:06 PM March 5, 2025 12:06 PM

views 7

স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ শিপিনীসকলক ন্যূনতম সমর্থন মূল্যত বস্ত্ৰ বিক্ৰীৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত বিগত বৰ্ষৰ দৰে এইবাৰো শিপিনী আৰু উদ্যোগীসকলৰ পৰা গামোচা ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ বাবে বিভিন্ন জিলাত ২৯টা ক্রয় কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আঁচনিৰ অধীনত জিলা...

March 5, 2025 12:05 PM March 5, 2025 12:05 PM

views 13

নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাবুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰকাশ

ধেমাজি জিলাৰ গেৰুকামুখত নির্মীয়মান নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ২০০০ মেগাৱাট শক্তিসম্পন্ন এই প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ ভিতৰত ৪ টা টার্বাইন সম্পূর্ণ হৈ উঠিছে আৰু অহা মাহৰ পৰা প্ৰকল্পটোৰ প্ৰতিটো গোটে ২৫০ মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব। ১১৬ মিটাৰ...

March 5, 2025 12:04 PM March 5, 2025 12:04 PM

views 6

অসম আৰক্ষীৰ ২০২টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ এঘাৰ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাবি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্ল...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।